--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃদেশৰ বিমান বন্দৰসমূহৰ সুৰক্ষাৰ বিষয়টোকলৈ বিভিন্ন সময়ত আলোচনা হৈ থকাৰ সময়তে দেশৰ প্ৰথমটো বমান বন্দৰ হিচাবে মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চৌহদত কৰ্তব্যৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) বিমান সুৰক্ষা গোটক বুলেট প্ৰতিৰোধী বাহন প্ৰদান কৰা হৈছে। 

ব্যুৰো অফ চিভিল এভিয়েচন চিকিউৰিটিয়ে (বিচিএএছ) বিমানবন্দৰ পৰিচালকসকলক চিআইএছএফৰ বিমান সুৰক্ষাৰ সৈতে জৰিত দলটোক এনে বাহনৰে সজ্জিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত মাংগালুৰু বিমানবন্দৰৰ কৰ্তৃপক্ষই বুলেটপ্ৰুফ বাহনখন ক্ৰয় কৰিছিল। 

উল্লেখ্য মাংগালুৰু বিমান বন্দৰেই হৈছে  দেশৰ প্ৰথমটো বিমানবন্দৰ যিটো বিমান বন্দৰত  বুলেট প্ৰুফ বাহন ব্যৱহাৰ কৰা হৈছে৷  দেশৰ প্ৰথম অ-অতিসংবেদনশীল বিমানবন্দৰ হিচাবেও মাংগালুৰু বিমান বন্দৰে স্বীকৃতি লাভ কৰিছে। 

বিমান সুৰক্ষা কৰ্মীসকলে যাতে যিকোনো সুৰক্ষা সম্পৰ্কীয় পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই সুৰক্ষা কৰ্মীৰ হাতত  বুলেট  প্ৰুফ বাহন তুলি দিয়া হৈছে৷ 

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে সাধাৰণতে 'অতিসংবেদনশীল' মুম্বাই, বেংগালুৰু, দিল্লী আৰু হায়দৰাবাদ বিমানবন্দৰত অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰি থাকিবলগীয়া হৈছে৷ 

তেনে বিমানবন্দৰ কেইটাতো বাহিনীটোৰ কৰ্মীসকলক  বুলেট প্ৰতিৰোধী বাহন প্ৰদান কৰাৰ কথা চলি আছে। বুলেট প্ৰুফ বাহন খনত সুৰক্ষাৰ স্বাৰ্থতে লাইট মেচিন গানো সংযুক্ত কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ