--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চললৈ আহিছে এক সুখবৰ। মিজোৰামে গঢ়িলে এক অনন্য অভিলেখ। দেশৰ ভিতৰতে কোন চহৰত বায়ুৰ মানদণ্ড সৰ্বশ্ৰেষ্ঠ তাক লৈ এক সমীক্ষা চলোৱা হৈছিল। মিজোৰামৰ ৰাজধানী চহৰ আইজলে ১৩২ খন ভাৰতীয় চহৰৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বায়ুৰ মানদণ্ডৰ চহৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে সদৰী কৰিছে এই তথ্য। আইজলৰ ২৪ ঘণ্টাৰ বায়ু মানদণ্ড সূচক ১৩ হিচাপে নথিভুক্ত কৰা হৈছিল।

আৰু পঢ়কঃ ‘মোৰ পত্নীয়ে পুৰুষক জালত পেলাই পাছত ব্লেকমেইলিং কৰে!’ পত্নীক গ্ৰেপ্তাৰৰ দাবী স্বামীৰ

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটাৰযোগে সকলোকে এই সুখবৰটো দিয়ে। এক টুইটযোগে তেওঁ কয়, “বায়ু গুণগত মানদণ্ডৰ ১৩ সংখ্যাৰে অসামান্য সূচকৰ সৈতে আইজল হৈছে যোৱা ২৪ ঘণ্টাত সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ সৈতে ৰেকৰ্ড কৰা শীৰ্ষ ভাৰতীয় চহৰ।” এই খবৰে মিজোৰামবাসীক উৎফুল্লিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক