--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি জানেনে, ৰামচৰিতমানসৰ জনপ্ৰিয়তা দেশৰ পৰিধি ভেদি বিদেশতো বিৰাজমান৷ ভাৰতৰ পাছত ৰামচৰিতমানস কোন দেশত আটাইতকৈ বেছিকৈ পঢ়া হয়, আপুনি জানেনে?

ভাৰতীয় সংস্কৃতি সম্পূৰ্ণৰূপে ব্যাখ্যা কৰিবলৈ সক্ষম, এই ধৰ্মগ্ৰন্থখন গীতা প্ৰেছৰ ৱেবছাইটত ভাৰতৰ পাছত আমেৰিকাত আটাইতকৈ বেছি পঠিত হৈছে৷ ভাৰতত ৪৪,০০০ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ২,৭০০ লোকে পঢ়িছে ৰামচৰিতমানস। ইংৰাজী ভাষাতো ভাৰতত ২০,০০০ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ৩,২৭৫ জন লোকে পঢ়িছে ৰামচৰিতমানস। 

ৱেবছাইটত ১০টা ভাষাত আপলোড কৰা হৈছে ৰামচৰিতমানস৷ এই দেশবোৰত ৰামচৰিতমানস অনলাইনযোগে পাঠ কৰা পঢ়ুৱৈৰ সংখ্যা এনেধৰণৰ:

হিন্দী ভাষাত
• ভাৰত- ৪৪০০০
• আমেৰিকা- ২৭০০
• কানাডা- ৬৫০
• ব্ৰিটেইন- ৪০০
• অষ্ট্ৰেলিয়া – 350
• ছিংগাপুৰ – ১৭৫
• জাৰ্মানী – ১২০
• নেপাল- ৮১

ইংৰাজী ভাষাত
• ভাৰত- ২০০০০
• আমেৰিকা- ৩২৭৫
• কানাডা – ৭৩৭
• ত্ৰিনিদাদ- ১০৩৭
• আৰৱ - ৩৫০
• অষ্ট্ৰেলিয়া – ৩০০
• ছিংগাপুৰ – ১৫০
• জাৰ্মানী- ১০০
• মালয়েছিয়া – ১০০

তেলেগু ভাষাত
• ভাৰত- ৯৬৫০
• আমেৰিকা- ১৫৭৫
• কানাডা- ১২০
• সংযুক্ত আৰৱ – ৮৩
• যুক্তৰাজ্য- ৭৫
• অষ্ট্ৰেলিয়া – ৭০
• কুৱেইট- ৩০
• ছিংগাপুৰ – ২৭
• ফ্ৰান্স- ২৫

(টোকা: এই পৰিসংখ্যা শনিবাৰৰ দুই বজালৈকে)

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক