--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত কোভিডৰ চতুৰ্থ ঢৌ আৰম্ভ হোৱাৰ সময়তে আক্ৰান্তৰ সংখ্যাও দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে প্ৰা ১৪  হাজাৰ লোক।এই সময়ছোৱাত  সমগ্ৰ দেশত মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশত দৈনিক ৰোগীৰ সংখ্যা হৈছে ১৪, ৮৩০ জন। যোৱা২৪ ঘণ্টাত, দেশত কোভিডৰ ফলত ৩৬ জন লোকৰ মৃত্যু হৈছে।যোৱা সপ্তাহত, কৰোনা গ্ৰাফ ওপৰলৈ গৈ ২০,০০০ৰ  সীমা অতিক্ৰম কৰিছিল, কিন্তু যোৱা ২৪ ঘণ্টাত, সমগ্ৰ দেশত দৈনিক সংক্ৰমণৰ সংখ্যা প্ৰায় ১৪,০০০লৈ হ্ৰাস পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা কোভিড বুলেটিন অনুসৰি, যোৱা২৪  ঘণ্টাত দৈনিক ঘটনাৰ সংখ্যা ১৪,৮৩০লৈ হ্ৰাস পাইছে। সোমবাৰে এই সংখ্যা  আছিল ১৬,৮৬৬। পৰিসংখ্যা অনুসৰি দেশখনৰ দৈনিক সংক্ৰমণৰ হাৰ প্ৰতি ঘণ্টাত ৩.৪৮ শতাংশলৈ হ্ৰাস পাইছে। সোমবাৰে দৈনিক সংক্ৰমণৰ হাৰ আছিল ৭.০৩ শতাংশ। 

তামিলনাডু কেৰালা আৰু মহাৰাষ্ট্ৰক আদি ৰাজ্যত কোভিডৰ সংক্ৰমণ মুঠেও কমা নাই। তামিলনাডুত যোৱা ২৪ ঘণ্টাত দৈনিক ১,৯০৩ জনকৈ লোক কোভিডত সংক্ৰমিত হোৱাৰ তথ্য পোৱা গৈছে। ইয়াৰ পিছত আছে কেৰালা। কেৰালাত  ১,৭০০ গৰাৰকী, পশ্চিম বংগ ১,০৯৪গৰাকী, কৰ্ণাটকত ৯৩৯ গৰাকী  আৰু মহাৰাষ্ট্ত ৭৮৫ গৰাকী লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। এতিয়ালৈকে লক্ষদ্বীপত দৈনিক সংক্ৰমিত হোৱা কৰোনা ৰোগীৰ সংখ্যা শূন্য।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু