--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে আজি লোকসভাত নিৰ্বাচনী আইন সংশোধনী বিধেয়ক -২০২১ উত্থাপন কৰাৰ সম্ভাৱনা আছে৷ জনপ্ৰতিনিধিত্ব আইন- ১৯৫০ আৰু জনপ্ৰতিনিধিত্ব আইন- ১৯৫১ সংশোধনৰ বাবে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে বিধেয়ক খন উত্থাপন কৰিব বুলি জানিবলৈ পোৱা গৈছে। বিধেয়কখনে ‘চিনাক্তকৰণ প্ৰতিষ্ঠাকৰাৰ উদ্দেশ্যে’ ভোটাৰ পঞ্জীয়নৰ বাবে আধাৰ নম্বৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিবলৈ জনপ্ৰতিনিধিত্ব আইন সংশোধন কৰিব বিচাৰিছে। ই জনপ্ৰতিনিধিত্ব আইনক লিংগ-নিৰপেক্ষ কৰাৰ বাবে ‘ওৱাইফ’ শব্দটোৰ সলনি ‘স্পাউছ’ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰিছে।

ইয়াৰ উপৰি, প্ৰস্তাৱিত বিধেয়কখনে নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলক ভোটাৰ হিচাপে পঞ্জীয়ন কৰিব বিচৰা লোকসকলৰ আধাৰ নম্বৰ সন্নিবিষ্ট কৰাৰ কথা উল্লেখ কৰে৷
আনহাতে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সম্ভৱতঃ ৰাজ্যসভাত নাৰ্ক’টিকছ ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স সংশোধনী বিধেয়ক উত্থাপন কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম