--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুবিধাৰ বিতৰণক উন্নত কৰাৰ বাবে এক স্থিতিস্থাপক খাদ্য ব্যৱস্থা গঢ়ি তুলিবলৈ কেন্দ্ৰই ৰাজ্যিক ৰেংকিং সূচকাংক এনএফএছএ-২০২২ত ওড়িশাক দেশৰ ভিতৰতে প্ৰথম স্থানত ঠাই দিয়ে। মঙলবাৰে নতুন দিল্লীত খাদ্য আৰু পুষ্টি সুৰক্ষা সম্পৰ্কীয় খাদ্য মন্ত্ৰী সন্মিলনত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী পীয়ুষ গোৱেলে।

০.৮৩৬ সূচকাংক স্ক’ৰ লাভ কৰা ওড়িশাৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশ। ইউ পিয়ে সূচকাংক স্ক’ৰ ০.৭৯৭ লাভ কৰাৰ বিপৰীতে অন্ধ্ৰ প্ৰদেশে ০.৭৯৪ স্ক’ৰেৰে প্ৰায় পিছ পৰি আছে।

সাধাৰণ শ্ৰেণীৰ ৰাজ্যসমূহত ওড়িশাৰ পিছতে উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাট আছে, আনহাতে উত্তৰ-পূবৰ ৰাজ্য, হিমালয়ৰ ৰাজ্য, আৰু  বিশেষ শ্ৰেণীত ত্ৰিপুৰাৰ পিছতে আছে হিমাচল প্ৰদেশ, ছিকিম আৰু নাগালেণ্ড।

খাদ্য আৰু সুৰক্ষা সূচকাংকৰ ওপৰত ভিত্তি কৰি কৰা এই ৰেংকিং প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা হৈছে। প্ৰতি বছৰে একেধৰণৰ অনুশীলন কৰা হ’ব। বুলি শীৰ্ষ বিষয়া সকলে উল্লেখ কৰিছে।

পীয়ুষ গোৱালে কয় ৰাজ্যসমূহৰ মাজত প্ৰতিযোগিতা, সহযোগিতা, আৰু শিক্ষণৰ পৰিৱেশ সমূহ সৃষ্টি কৰাৰ উদ্দেশ্যে সূচকাংকটো প্ৰস্তুত কৰা হৈছে , ৰাজ্যসমূহে খাদ্য সুৰক্ষা আৰু খাদ্ৰ বিভিন্ন বিষয়সমূহ সমাধান কৰাৰ লগতে ৰাজ্যসমূহে অৰ্থাৎ এখন ৰাজ্যই আনএখন ৰাজ্যৰ পৰা খাদ্য সম্পৰ্কীয় উত্তম পদ্ধতিসমূহ শিকিব পাৰিব।

সন্মিলনত একাধিক ৰাজ্যৰ পৰা তেওঁলোকৰ উত্তম পদ্ধতি সমূহ সুন্দৰ ভাবে উপস্থাপন কৰে । গোৱালে সন্মিলনৰ পৰা শাৰীৰিক বা ভাৰ্চুৱেলভাৱে বিৰত থকা ৰাজ্যসমূহক তিৰস্কাৰ কৰি কয়  খাদ্য সুৰক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি এতিয়াও বহু ৰাজ্য সক্ৰিয় নহয় ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ