--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। উত্তৰ প্ৰদেশ শালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছ খন শুকুৰবাৰে  এক ভয়ংকৰ  দুৰ্ঘটনাত পতিত হয়। প্ৰাৰম্ভিক বাতৰি অনুসৰি বালাচোৰ জিলাৰ বাহাঙ্গা বজাৰৰ ওচৰত মালবাহী ৰে’ল এখনৰ সৈতে কৰমণ্ডল এক্সপ্ৰেছৰ সংঘৰ্ষ হয়।

ফলস্বৰূপে, কৰমণ্ডল এক্সপ্ৰেছৰ কেইবাটাও ডবা লাইনচ্যুত হৈ পৰে। জানিব পৰা মতে ৰে’ল খনৰ কেইবাটাও  দবা  চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছে। 

দুৰ্ঘটনাটোত  বহুলোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।বহু যাত্ৰীৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে।(এইটো এটা ব্ৰেকিং নিউজহে। আমি আপোনালোকক সবিশেষ খবৰ পোৱাৰ পিছত বিস্তৃতভাবে সকলো খবৰ জনাই থাকিম)













FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস