--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাইশালৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ স্মৃতি মানুহৰ মনৰ পৰা মচ নোখোৱাৰ সময়তে আন এক একেধৰণৰ  ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে  দেশক। উত্তৰ প্ৰদেশ শালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছ খন শুকুৰবাৰে ওড়িশাৰ বালাচোৰত  এক ভয়ংকৰ  দুৰ্ঘটনাত পতিত হৈছে । প্ৰাৰম্ভিক বাতৰি অনুসৰি ওড়িশাৰ বালাচোৰ জিলাৰ বাহাঙ্গা বজাৰৰ ওচৰত মালবাহী ৰে’ল এখনৰ সৈতে কৰমণ্ডল এক্সপ্ৰেছৰ সংঘৰ্ষ হয়।

 ফলস্বৰূপে, কৰমণ্ডল এক্সপ্ৰেছৰ কেইবাটাও ডবা লাইনচ্যুত হৈ পৰে। জানিব পৰা মতে ৰে’ল খনৰ কেইবাটাও  দবা  চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছে। দুৰ্ঘটনাটোত  বহুলোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।বহু যাত্ৰীৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে।জানিব পৰা মতে দুয়ো খন ৰে’লেই একেটা পথেৰেই যাত্ৰা কৰি আছিল। কিদৰে দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে সেই বিষয়ত তদন্ত ঘোষণা কৰা হৈছে।কৰমণ্ডল এক্সপ্ৰেছ  দুৰ্ঘটনাত এই পৰ্যন্ত ৩০ জনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। 

নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা, ওলায়েই আছে মৃতদেহ। হেল্পলাইন নম্বৰ মুকলি কৰিছে ৰে’ল বিভাগে। নম্বৰটো  হৈছে - 6782262286।ওড়িশা  চৰকাৰে জৰুৰীকালীন  হেল্পলাইন নম্বৰ মুকলি  কৰিছে । নম্বৰ কেইটা হৈছে 033-26382217, 8972073925, 67822 62286, 9332392339।জানিব পৰা মতে দুয়ো খন ৰে’লেই একেটা পথেৰেই যাত্ৰা কৰি আছিল। কিদৰে দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে সেই বিষয়ত তদন্ত ঘোষণা কৰা হৈছে। ৩ টা এনডিআৰএফৰ দল ; ৪ টা ওডিআৰএএফ গোট আৰু ৬০  খন এম্বুলেন্সে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই আছে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস