--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কৰ ক্ষেত্ৰত বলীউডৰ অন্যতম জনপ্ৰিয় আৰু চৰ্চিত অভিনেত্ৰী কংগনা ৰানাৱত। এইবাৰ কংগনাই ছলমান খানক প্ৰেমৰ প্ৰস্তাৱ দিয়ে ‘বিগ বছ’ৰ মঞ্চত। কিন্তু তাৰ ভিতৰত আটাইতকৈ চকু কপালত তুলিব পৰা কথাটো হ’ল ‘বিগ বছ’ৰ আয়োজক ছলমানৰ সৈতে তেওঁৰ কথা-বতৰা৷

বিগ বছ'ৰ মঞ্চত ছলমান অহাৰ আগতেই আহিছিল কংগনা। তেওঁ নিজকে ছলমানৰ দৰে আদৰণি জনাইছিল। ভাইজান আহি পিছফালে থিয় হ’ল। কংগনাৰ অনুকৰণ দেখি যথেষ্ট আচৰিত হ’ল। অৱশ্যে ইয়াৰ বাবে তেওঁ আমনি কৰা নাছিল, বৰঞ্চ তেওঁক কংগনাৰ সৈতেও কেইবা মুহূৰ্তলৈ ধেমালি কৰা দেখা গৈছিল।

ছলমানে কংগনাক সুধিলে, যদি কোনোবাই চেটত তাইৰ লগত ফ্লাৰ্ট কৰে তেন্তে তাইৰ খং উঠে নেকি? কংগনাৰ পোনপটীয়া উত্তৰ, "আপোনাৰ দৰে হেণ্ডছাম হ’লে কামত বেছি মনোনিৱেশ কৰা হ'ব।" কংগনাৰ উত্তৰ শুনি ভাইজনে আৰু সাহস পালে। ইয়াৰ পিছত কংগনাক ক’লে, “তোমাক আজি বৰ ধুনীয়া দেখা গৈছে। ১০ বছৰৰ পাছত কি কৰি আছা?'' ছলমানৰ প্ৰশ্ন শুনি কংগনাই হাঁহিলে।

উল্লেখ্য যে এই সপ্তাহত মুক্তি পাব কংগনাৰ পৰৱৰ্তী ছবি ‘তেজস’। কংগনা এতিয়া এই দেশপ্ৰেমমূলক ছবিখনৰ প্ৰচাৰত ব্যস্ত। সেই কামৰ আধাৰত অভিনেত্ৰীগৰাকীয়ে ‘বিগ বছ ১৭’ৰ ঘৰত প্ৰৱেশ কৰিছিল। তালৈ আহি তেওঁ প্ৰতিযোগীসকলৰ লগত মত বিনিময় কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক