--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন আগতে গম পোৱা গৈছিল যে জেলত থকা অৱস্থাত সুকেশে জেকুলিন ফাৰ্ণাণ্ডেজৰ বাবে নৱৰাত্ৰিৰ দিনা ব্ৰত ৰাখিছে। কনমেনে দাবী কৰে যে তেওঁ জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাৰ বাবে ব্ৰত ৰাখিছে। সুকেশৰ ভাষাত "নৱৰাত্ৰিৰ ন দিনত মই জেকলিনৰ বাবে উপবাস কৰিম, যাতে কোনো দুষ্ট শক্তিয়ে তাইক স্পৰ্শ কৰিব নোৱাৰে।"

সুকেশৰ এই দাবীৰ এসপ্তাহৰ ভিতৰতে জেকুলিন ফাৰ্ণাণ্ডেজ কেদাৰনাথলৈ গৈ পূজা আগবঢ়ালে। ছচিয়েল মিডিয়া পেজতো কেইবাখনো ছবি পোষ্ট কৰিছে। কেদাৰনাথলৈ যোৱাৰ ছবি আৰু ভিডিঅ’ ৰাজহুৱা হৈ পৰে। কাৰাগাৰত বন্দী প্ৰেমিকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নায়িকাই তীৰ্থযাত্ৰা কৰিছে নেকি?

দিল্লীৰ মণ্ডোলী কাৰাগাৰত আছে সুকেশ। জেলতো কনমেনজন প্ৰেমত পৰিছে। জেলৰ পৰাই তেওঁ অভিনেত্ৰীগৰাকীলৈ কেইবাবাৰো প্ৰেমৰ চিঠি লিখিছিল। কনমেন সুকেশে দাবী কৰিছে যে জেকলিনৰ মুখত হাঁহি বিৰিঙাবলৈ তেওঁ যিকোনো কাম কৰিব পাৰে। যদিও বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কেতিয়াও ৰাজহুৱাভাৱে সুকেশৰ সৈতে সম্পৰ্ক স্বীকাৰ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক