--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন সংজ্ঞা সকলোৰে বাবে একে নহয়। যেতিয়া আপুনি আপোনাৰ ঘৰত বহি বৰষুণৰ বতৰত সন্ধিয়া একাপ চাহৰ জুতি লৈ খাদ্য ডিলিভাৰী এটা এপত অৰ্ডাৰ কৰা আহাৰৰ বাবে অপেক্ষা কৰি থাকে, 

কিন্তু আপুনি সেই সময়ত ভাবিবও নোৱাৰে যে আপোনাৰ খাদ্য সময়মতে ডেলিভাৰী কৰিবলৈ এজন ডেলিভাৰী বয়ে কিমান কষ্ট কৰিব লগা হয়। কোনোৱে প্ৰচণ্ড ৰদতো আপোনাৰ ওচৰলৈ যদি খাদ্য লৈ আহিছে আন কোনোৱে আকৌ বৰষুণকো নেওঁচি খাদ্য বিতৰণ কৰি আহিছে। 

শেহতীয়াকৈ, এজন ডেলিভাৰী বয় ট্ৰেফিক পইণ্টত অপেক্ষা কৰি থকা অৱস্থাত এটা ভিডিঅ' ভাইৰেল হৈছে।  যদি আপুনি ভিডিঅ'টো চায়, তেনেহলে আপুনি দেখিব যে ভিডিঅ'টো যুৱকজন একেবাৰে ঢলি পৰা দেখা গৈছে। হয়তো তেওঁ সেইসময়ত খুবেই ভাগৰি পৰিছে।

ভিডিঅটোত ডেলিভাৰী বয়জনক বৰষুণ দি থাকোঁতে কোনো ৰেইনকোট পৰিধান কৰা নাছিল। ভিডিঅ'টো ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী দিনেশ কোম্মাই শ্বেয়াৰ কৰিছিল আৰু ইয়াৰ প্ৰায় ৫ মিলিয়ন দৰ্শন লাভ কৰিছে। অৱশ্যে, এই ভিডিঅ'টো ক'ত ৰেকৰ্ড কৰা হৈছে সেয়া এতিয়াও স্পষ্ট নহয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ