--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনিৰ জনপ্ৰিয়তা অসীম। তাৰ উদাহৰণ চেন্নাইত দেখা গ’ল। শেহতীয়াকৈ ধোনীয়ে এগৰাকী অশীতিপৰ অনুৰাগীক লগ কৰে। অনুৰাগীগৰাকীৰ ঘৰলৈ গৈ ফটোও তুলিলে।

হয়তো এই ৮৮ বথৰীয়া অনুৰাগীগৰাকীয়ে চেন্নাই ছুপাৰ কিংছৰ আটাইতকৈ বয়সীয়া সমৰ্থক। সমৰ্থকজনৰ ঘৰলৈ গৈ ধোনীয়ে সাক্ষাৎ কৰে। সেই সমৰ্থকজন হৈছে জনপ্ৰিয় ভাৰতীয় অভিনেত্ৰী খুছবু সুন্দৰৰ শাহুৱেক। খুছবুৱে নিজেই এই ছবিখন টুইটাৰত পোষ্ট কৰি ধোনী ঘৰলৈ অহাৰ খবৰ ঘোষণা কৰে।

তেওঁ লগতে লিখিছে, “হিৰো কেতিয়াও বনাব নোৱাৰি। জন্ম হয়। ধোনিয়ে সেয়া প্ৰমাণ কৰিলে। ধোনিৰ মৰম আৰু আতিথ্যত আমি বাকৰুদ্ধ হৈ পৰিছো। ধোনীক হিৰো বুলি গণ্য কৰা আৰু তেওঁৰ বাহিৰে আন কোনো ক্ৰিকেটাৰক চিনি নোপোৱা মোৰ ৮৮ বছৰীয়া শাহুক তেওঁ লগ কৰে।’’

তাৰপাছতে তেওঁ লিখে- ''মাহী, তোমাৰ দিনবোৰ সুস্বাস্থ্য আৰু সুখেৰে ভৰি পৰক।’’

সোমবাৰে বাংগালুৰুৰ বিৰুদ্ধে খেলিব ধোনিৰ চেন্নাইয়ে। ৰাজস্থানৰ বিৰুদ্ধে অন্তিমখন খেলত ধোণীয়ে ১৭টা বলত ৩২ ৰানৰ দ্ৰুত ইনিংছ খেলিছিল। অৱশ্যে দলটোৱে জয়ী হ’ব নোৱাৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে