--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পহিলা ব’হাগত অসমীয়াৰ বাবে সুখবৰ কঢ়িয়ালে অম্লান বৰগোহাঁয়ে৷ বিহুৱে বিশ্ব অভিলেখ গঢ়াৰ দুদিন পাছতে ক্ৰীড়াক্ষেত্ৰত উজলি উঠিল অম্লান বৰগোহাঁই৷ 

চতুৰ্থ ইণ্ডিয়ান গ্ৰাঁ-পিত জিলিকিল অম্লান বৰগোহাঁই৷ ১০০ আৰু ২০০ মিটাৰ দৌৰত দুটাকৈ স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় অসমৰ যুৱ ক্ৰীড়া প্ৰতিভা অম্লান বৰগোহাঁয়ে৷ ১০০ মিটাৰত ১০.৫৩ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে অম্লানে৷ ২০০ মিটাৰতো স্বৰ্ণ জিনিলে অসম সন্তান অম্লানে৷

সোণৰ পদক জয়ৰ পথত সময় লয় মাত্ৰ ২০.৭৮ ছেকেণ্ড৷ বেংগালুৰুত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা৷ অম্লানৰ সফলতাত ৰাজ্যত আনন্দৰ বন্যা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে