--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধঁপাত ব্যৱহাৰৰ ক্ষেত্ৰত ভাত বিশ্বৰ ভিতৰতে এখন অগ্ৰণী দেশ। ভাৰতৰ যুৱ প্ৰজন্মৰ বহুতৰে লগতে বৃদ্ধ বয়সৰো বহুতে ধঁপাত ব্যৱহাৰ কৰে। ধোঁৱা বিহীন ধঁপাত ব্যৱহাৰকাৰীৰে  ভৰি আছে দেশ। ধোঁৱা বিহীন ধঁপাতৰ ভিতৰত চাধা, গুটখা আদিয়েই প্ৰধান। শেহতীয়াকৈ অক্সফৰ্ড একাডেমিকৰ নিকোটিন এণ্ড টোবাকো ৰিচাৰ্চ জাৰ্নেলত প্ৰকাশিত এক নতুন অধ্যয়ন অনুসৰি, ধোঁৱাবিহীন ধপাত ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ নীতিৰ কোনো পৰিৱৰ্তন ঘটা নাই। 

চৰকাৰৰ নিয়ন্ত্ৰণো এই ক্ষেত্ৰত সঠিকভাবে বলবৎ হোৱা নাই। ফলত  ভাৰতে ধোঁৱা বিহীন ধঁপাত সেৱন কৰালোকসকলৰ বাবে   প্ৰায় ১৯ বিলিয়ন ডলাৰৰ স্বাস্থ্যসেৱা ব্যয় বহন কৰিব লাগিব।ধোঁৱা বিহীন ধঁপাত সেৱনৰ ফলত হোৱা মুখৰ কৰ্কট ৰোগৰ বাবেই এই বৃহৎ পৰিমাণৰ ব্যয়ৰ বোজা ভাৰতে বহন কৰিব লাগিব।অধ্যয়ন অনুসৰি কম বয়সৰ লোকসকলৰ  মাজত বৰ্তমানৰ শিঠিল ব্যৱস্থাটোৰ বাবেই ভৱিষ্যতে ধোঁৱা বিহীন ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাব।  গৱেষকসকলে প্ৰকাশ কৰা মতে  ধোঁৱা বিহীন ধঁপাত দক্ষিণ এছিয়াত প্ৰায় ৩০০ নিযুত লোকে ব্যৱহাৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ