--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন বিজেপি বিধায়কক বিধানসভাৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ ঘটনাটো উত্তৰ প্ৰদেশৰ৷ 

ৰাজ্যখনৰ বিজেপি বিধায়ক ৰামদুলাৰ গোণ্ড ধৰ্ষণৰ অভিযোগত অভিযুক্ত৷ আদালতে তেওঁক ধৰ্ষণৰ গোচৰত শাস্তি প্ৰদানৰ পাছত উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা বহিষ্কাৰ পৰা হৈছে৷

গোণ্ডে সোনভদ্ৰা জিলাৰ দুধি বিধানসভা আসনৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
শুকুৰবাৰে গোণ্ডক ২০১৪ চনত এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগত অভিযুক্ত হোৱাৰ পাছত ২৫ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল।

সোনভদ্ৰাৰ এমপি-এমএলএ আদালতৰ অতিৰিক্ত জিলা আৰু অধিৱেশন ন্যায়াধীশ আহছান উল্লাহ খানে ঘোষণা কৰা ৰায়টোত গোণ্ডৰ ১০ লাখ টকাৰ জৰিমনাও আৰোপ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক