--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটিল ডেস্ক : বৃহস্পতিবাৰে ধুমুহা আৰু বজ্ৰপাতৰ ঘটনাত বিহাৰৰ ১৬ খন জিলাত মৃত্যু হৈছে ৩৩ গৰাকী লোকৰ। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি শোকপ্ৰকাশ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসন সক্ৰিয়ভাৱে সাহায্য আৰু উদ্ধাৰ কাৰ্য্যত নিয়োজিত হৈ আছে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে টুইটাৰ যোগে সদৰি কৰি ৰাজ্য খনৰ ১৬ জিলাৰ ৩৩ গৰাকী লোকে প্ৰাণ হেৰুৱা কথাটোত শোক ব্যক্ত কৰে। লগতে ৰাজ্যৰ প্ৰশাসনক অনতিপলমে ক্ষতিপূৰণ হিচাপে ৪ লাখকৈ টকা দিয়াৰ বাবে নিৰ্দেশনা দিয়ে।

বৃহস্পতিবাৰে ধুমুহা আৰু বজ্ৰপাতৰ বাবে ৭ গৰাকী ভাগলপুৰত ৭ গৰাকী, মুজাফৰপুৰত ৬ গৰাকী, শৰণত ৩ গৰাকী, লখিচৰাইত ৩ গৰাকী, মুংগেৰত ২ গৰাকী, সমস্তিপুৰত ২ গৰাকী, জেহানাবাদ, খগড়িয়া, নালন্দা, পূৰ্ণিয়া, বাংকা, বেগুছৰাই, আৰৰিয়া, জামুই, কাটিহাৰত ২ গৰাকী আৰু দৰভঙাত এজন লোকৰ মৃত্যু হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস