--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংস্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। ভোটগনণাৰ ২৬ ৰাউণ্ডৰ অন্তত বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ প্ৰাৰ্থীয়ে তিনি খন আসনত জয় লাভ কৰিছে। একেদৰে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইয়ে   এখন আসনত জিকিছে। 

উল্লেখ্য বহু বছৰৰ বিৰতিৰ অন্তত এইবেলি পুনৰ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংস্থাৰ  (ডিইউএছইউ) নিৰ্বাচনৰ অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ পিছত এইবাৰ পুনৰ বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। 


তিনিখনকৈ গুৰুত্বপূৰ্ণ আসনত বিজয় সাৱস্ত্য কৰি আনন্দিত হৈ পৰিছে এবিভিপিৰ কৰ্মীসকল। এবিভিপিৰ কৰ্মীসকলে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে  দিল্লী বিশ্ববিদ্যালয় চৌহতদ বিজয় উৎসৱ  উদযাপন  কৰে। 
দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংস্থাৰ  নিৰ্বাচনত এবিভিপিয়ে তিনিখন আসন ক্ৰমে  সভাপতি, সম্পাদক আৰু যুটীয়া সম্পাদকৰ পদত বিজয়ী হৈছে। এন.এছ.ইউ.আইৰ প্ৰাৰ্থীগৰাকীয়ে  উপ-সভাপতিৰ  পদত জয়ী হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা