--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিজেপি নেতাৰ আত্মহত্যাৰ ঘটনাই দিল্লীত তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে৷ বুধবাৰে নিজৰ মূৰতে  গুলীয়াইছিল এজন বিজেপি নেতাই৷ অতি গুৰুতৰভাবে আহত অৱস্থাত তেওঁক চিকিঞসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও শনিবাৰে তেওঁৰ মৃত্যু ঘটে৷ দিল্লী আৰক্ষীৰ  এজন বিষয়াই  এই কথা প্ৰকাশ কৰিছে৷ 

গ্ৰেটাৰ কৈলাশ-১-ৰ বাসিন্দা বিজেপি নেতা কৰণ বাঙ্কাই কিছুদিন ধৰি আৰ্থিক সমস্যাৰ  সন্মুখীন হৈ আছিল ৷ সেইবাবেই হতাশগ্ৰস্ত হৈ তেওঁ আত্মহত্যাৰ পথ বাছি লয় বুলি ধাৰণা কৰা হৈছে৷আৰক্ষীয়ে জনোৱা অনুসৰি বুধবাৰে  নিশা প্ৰায় ১২:৩০ বজাত বাংকা বাথৰুমত পিছলি পৰি আঙত হোৱা বুলি আৰক্ষীয়ে  এটা  ফোনকল  পাইছিল৷ পৰৱৰ্তী সময়ত তেওঁক মেক্স হস্পিটেলত  ভৰ্তি কৰোৱা হৈছিল।

আৰক্ষীয়ে লোকজনৰ মূৰত গুলীৰ  আঘাত দেখা পাইছিল বুলি  আৰক্ষী উপায়ুক্ত (দক্ষিণ) চন্দন চৌধুৰীয়ে সংবাদমাধ্যমক কয়।

গুলী বাঙ্কাৰ সোঁ কুমেৰে প্ৰৱেশৰ কৰি  বাওঁফালে ওলাই গৈছিল।  ঘটনাটোত ব্যৱহৃত আগ্নেয়াস্ত্ৰটো অনুজ্ঞাপত্ৰ প্ৰাপ্ত আছিল আৰু সেইটো তেওঁৰ ব্যক্তিগত দেহৰক্ষীৰ আছিলবুলি ডিচিপিয়ে কয়। কৰণ বাঙ্কা ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত আছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা