--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মেট্ৰ’ত এহাল দম্পতীয়ে ইজনে সিজনক সাৱটি ধৰা, চুমা খোৱা আৰু ধৰি ৰখাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

শেহতীয়াকৈ দিল্লীৰ মেট্ৰ’ৰ পৰা কেইবাটাও ভিডিঅ’ই শিৰোনাম দখল কৰিছে- ৰিদম চানানাৰ পৰা আৰম্ভ কৰি যাৰ সাজ-পোছাকৰ বাছনিয়ে সমালোচনা আৰু প্ৰতিসমালোচনাৰ সন্মুখীন হৈছিল,তদুপৰি তৰ্ক বৃদ্ধি পোৱাৰ পিছত এগৰাকী মহিলাই সহযাত্ৰীৰ ওপৰত জলকীয়া স্প্ৰে’ কৰা এটা পুৰণি কাণ্ডও পোহৰলৈ আহিছে।

মেট্ৰ’ত চুমা খোৱাৰ ভিডিঅ’টোক একাংশই টুইটাৰযোগে সমালোচনা কৰে। তেওঁলোকৰ সন্মতি অবিহনে দম্পতীহালৰ ভিডিঅ’টো চিত্ৰগ্ৰহণ কৰি প্ৰচাৰ কৰাৰ বাবে বহুতে টুইটাৰত এই ঘটনাক ব্যক্তি স্বাধীনতাত মোক্ষম আঘাত বুলি কয়৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস