--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনত কমেও তিনিবাৰ ‘তোমাক ভালপাওঁ’ বুলি ক’ব লাগিব। বিয়াৰ আগতে, এগৰাকী কইনাই তেওঁৰ স্বামীৰ বাবে এনে এখন চুক্তিপত্ৰ কৰিছিল, য’ত স্বামীয়ে কি কৰিব পাৰে, তেওঁ কি কৰিব নোৱাৰে, চুক্তিত উল্লেখ কৰা হৈছে। ভিডিঅ’টো ‘মেকআপ বিয়াৰচাজ’ নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টৰ দ্বাৰা শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ’টোত, কইনাৰ হাতত এখন চুক্তিপত্ৰ দেখা গৈছে। য'ত ডাঙৰ ডাঙৰকৈ লিখা আছে। কোনোবাই কইনাক সুধিছে খামটোত কি আছে। কইনাই লাহে লাহে খামটোৰ ভিতৰৰ পৰা চুক্তিপত্ৰখনত থকা কথাখিনি পঢ়িছে। দৰাৰ নাম কৰণ আৰু কইনাৰ নাম হৰ্ষু। সেই চুক্তিপত্ৰত লিখা আছে ‘কৰণ আৰু হৰ্ষুৰ প্ৰেম চুক্তি’ৰ বিষয়ে। সম্ভৱত এনেধণৰ চুক্তিপত্ৰ খুবেই বিৰল, বিবাহৰ আগতে হয়তো কোনোৱেই এনেধৰণৰ চুক্তি নকৰে। দৰাৰ বাবে চুক্তিত হৰ্ষুৱে লিখা পাঁচটা কথা হৈছে: • কৰণে প্ৰতিদিনে কমেও তিনিবাৰকৈ ‘মই তোমাক ভাল পাওঁ’ বুলি ক’ব লাগিব। • পত্নী অবিহনে ঘৰত কেতিয়াও মূৰ্গী মাংস খাব নোৱাৰিব। • পত্নীক কেতিয়াও মিছা কথা ক’ব নোৱাৰিব। • চিৰদিন কেৱল আপুনি পত্নীৰ প্ৰেমতে মচগুল হৈ থাকিব লাগিব। এই চুক্তিপত্ৰখনে এতিয়া সামাজিক মাধ্যমত বেচ চৰ্চালাভ কৰিছে। ইয়াৰ বিপৰীতে কিছুমানে এনে চুক্তিক সমৰ্থন কৰিছে, আন কিছুমানে এই চুক্তিপত্ৰৰ বিৰোধিতা কৰিছে।   ভিডিঅ’টো চাবলৈ  লিংকটোত ক্লিক কৰক- https://www.instagram.com/p/CaMwy3UOCU2/?utm_source=ig_embed&utm_campaign=embed_video_watch_again prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন