--°C
Loading...
Listen to Article
2 min read
80%

২০কাতি, দেওবাৰ, ইং ৭ নৱেম্বৰ, ২০২১

মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন লাভ হ’ব পাৰে, কৰ্মত নতুনকৈ যোগাযোগ হ’ব, লগতে আজি আপোনাৰ আদৰ্শবাদী মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ঘৰত আনন্দ বাঢ়িব, আৰ্থিক দিশত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে দেহ-মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যক্তিৰ সানিধ্য লাভ হ’ব, ধন লাভ হ’ব যদিও আজি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ উন্নতি হ’ব, মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ ঋণ পৰিশোধ কৰাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত সাহস বাঢ়িব, আত্মীয়ৰ আগমন হ’ব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত ক্ষেত্ৰত সামান্য বাধা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ শুভ হ’ব, সম্পদ লাভ হ’ব, লগতে ধন-সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত খেতিয়কসকলৰ শুভ হ’ব, পাৰিবাৰিক সুখ বাঢ়িব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, ৰোগাৰোগ্য হ’ব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনৰ মৰম-চেনেহ লাভ হ’ব, মনৰ আশা পূৰণ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিৱেশ হ’ব, দ্ৰব্য লাভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত প্ৰেমত শুভ হ’ব, মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ ভ্ৰমণত সফল হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ শুভ হ’ব, সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে