--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ১৬ অক্টোবৰ, সোমবাৰ৷ কেনে হ’ব আপোনাৰ আজিৰ দিনটো? জানক দিনটোৰ ৰাশিফল৷ 

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আন ব্যক্তিৰ পৰা সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ‌ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব, মনত সুখ-শান্তি বাঢ়িব যদিও আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান হ'ব নহ'লে সামান্য খেলিমেলি হ'ব পাৰে।

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব, পাৰিবাৰিক সুখ-শান্তি বাঢ়িব, লগতে আজি আপোনাৰ নতুন নতুন কৰ্ম আৰু ব্যৱসায়িক ক্ষেত্ৰত যোগাযোগ হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, শিল্পী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ মনৰ চিন্তা ধাৰা উন্নত হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিব, ভাল ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, মনত আনন্দ বাঢ়িব, যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা প্ৰশংসা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত সিদ্ধি লাভ কৰাৰ যোগ দেখা যায়।

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটো সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাৰ যোগ দেখা যায়।





তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মানসিক সুখ শান্তি বাঢ়িব, পুৰণি সমস্যাৰ সমাধান হ'ব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি: ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াৰ ব্যস্ততা বাঢ়িব, ধন লাভ হ'ব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব, লগতে আজি আপোনাৰ সম্পদ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে আজি দিনটোত দেহ মনত আঘাত পাৱ পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সংগীত শিল্পীসকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব, পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি মনৰ পৰা খং ভাব পৰিত্যাগ কৰিবলৈ চেষ্টা কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত