--°C
Loading...
Listen to Article
2 min read
80%
১৭ অক্টোবৰ ২০২৩, মঙলবাৰ

মেষ- কৰ্মক্ষেত্ৰত বহু সময় দিবলগীয়া হ’লেও পাৰিবাৰিক সময় সুন্দৰভাৱে কটাব পাৰিব।আবেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল’ব । শুভ ৰং বগা , শুভ সংখ্যা ২।

বৃষ- সকলো দিশৰ পৰা সফলতা আহিব। আত্মবিশ্বাসৰ সৈতে কাম কৰক।অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে। শত্ৰুক সহজতে পৰাজিত কৰিব পাৰিব। শুভ ৰং মেৰুণ,শুভ সংখ্যা ৫।

মিথুন- কামত মন নবহিব, আগ্ৰহ হেৰুৱাই পেলাব, সেয়ে মগজু শীতল কৰি ৰাখক। প্ৰেমত সাৱধান হ’ব। শুভ ৰং ৰঙা , শুভ সংখ্যা ৮।

কৰ্কট- কৰ্মক্ষেত্ৰত মাৰাত্মক ভুল বুজাবুজিৰ সম্ভাৱনা আছে। সংগীৰ সৈতে দিনটো সুন্দৰভাৱে পাৰ হ’ব। আজি গাড়ীৰ পৰা সাৱধান হ’ব । শুভ ৰং আকাশী , শুভ সংখ্যা ২।

সিংহ- নিজৰ দোষ বেলেগৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। ব্যক্তিগত সম্পৰ্কত মাধুৰ্যতা বাঢ়িব। এটা সুন্দৰ দিন পাৰ হ’ব। শুভ ৰং বাদামী, শুভ সংখ্যা ৩।

কন্যা – পাৰিবাৰিক অশান্তিৰ সম্ভাৱনা আছে, আনৰ সৈতে ভাল ব্যৱহাৰ কৰক।ক্ষমতাৰ অপব্যৱহাৰ নকৰিব। প্ৰেমৰ সম্পৰ্কই বিয়াৰ পৰ্যায় পাবগৈ পাৰে। শুভ ৰং নীলা শুভ সংখ্যা ৭।




তুলা- শিক্ষাৰ্থীৰ বাবে বহুতো সুযোগ আহিব । সঠিক সময়লৈ অপেক্ষা কৰক। সুযোগৰ সদ্ব্যৱহাৰ কৰক। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১।

বৃশ্চিক- কোনো কামৰ আৰম্ভণিৰ বাবে দিনটো শুভ। নিজৰ মতামত শ্বেয়াৰ কৰিলে আজি প্ৰশংসা পাব পাৰে। কামৰ ক্ষেত্ৰত সুন্দৰ সুযোগ আহিব পাৰে। শুভ ৰং গাঢ় নীলা, শুভ সংখ্যা ৮।

ধনু- সামান্য চেষ্টাতে কৰ্মসিদ্ধি হ’ব। কৰ্মক্ষেত্ৰত সুনাম বাঢ়িব। খং কমাব। প্ৰেমৰ সম্বন্ধ শক্তিশালী হ’ব। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ ৰং ৰূপালী, শুভ সংখ্যা ৯।

মকৰ- সকলো দিশৰ পৰা সফলতা আহিব। স্বাস্থ্য ভালে থকাৰ পুৰ্ণ সম্ভাৱনা অছে। প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে । শুভ ৰং আকাশী ,শুভ সংখ্যা ৬।

কুম্ভ- ডাঙৰ কোনো আৰ্থিক বিনিয়োগ নকৰিব। বিবাহ-প্ৰস্তাৱৰ বাবে উত্তম সময়। টকা আৰু কৰ্মক্ষেত্ৰত অতি আত্মবিশ্বাসী মনোভাৱ থাকিব। শুভ ৰং হালধীয়া , শুভ সংখ্যা ৭। 

মীন- মানসিকভাৱে অশান্ত থাকিলেও কামত অৱহেলা নকৰিব। অবাবত সময় অপচয় নকৰিব। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগত ভালদৰে ভাবি চাব। শুভ ৰং সোণালী ,শুভ সংখ্যা ৪।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত