--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইগাৰ শ্ৰুফৰ স’তে বিচ্ছেদ হৈছে দিশা পাটানিৰ। বলিউডৰ জনপ্ৰিয় ৰোমাণ্টিক যুগল হালে ইজনে সিজনৰ পৰা বিচ্ছিন্ন হোৱাক লৈ চৰ্চা চলি থকাৰ মাজতে দিশাৰ নতুন প্ৰেমৰ গুঞ্জনো বিয়পি পৰিছে। কোন দিশাৰ নতুন প্ৰেমিক!

কিছু দিন পূৰ্বে কাৰ্তিক আৰয়ানৰ জন্মদিনৰ অনুষ্ঠানত দিশা পাটানিৰ স’তে এজন যুৱকক দেখা পোৱা গৈছিল। পাছত গম পোৱা গৈছিল যে যুৱকজনৰ নাম এলেজেন্দাৰ। এলেকজেন্দাৰৰ স’তে দিশাই ডেটিং কৰি আছে বুলি সকলোৱে গুজৱ বিয়পাইছিল।

শেহতীয়াকৈ এই সন্দৰ্ভত মুখ খুলিছে এলেকজেন্দাৰে নিজেই। এটা সংবাদমাধ্যমৰ আগত তেওঁ কয় যে দিশাৰ স’তে তেওঁৰ কোনো প্ৰেমজনিত সম্পৰ্ক নাই। দিশা তেওঁৰ ঘৰুৱা ছোৱালীৰ নিচিনা! দিশাই যি সময়ত বলিউডত পদাৰ্পন কৰিছিল, সেই সময়তে তেওঁলোকে একেটা ফ্লেটতে বাস কৰিছিল।

“২০১৫ চনত আমি একেলগে বাস কৰিব লগা হৈছিল। আমাৰ মাজত খুব সোনকালেই সংযোগ ঘটিছিল। আমাৰ মাজত সংযোগ ঘটাৰ কাৰণ আছিল দুয়ো আছিলো ফিটনেছ সজাগ। সেয়ে আমি একেলগে জীমত যোৱা কৰিছিলো, একেলগে লান্স আৰু ডিনাৰো কৰিছিলো। আমি খুব ঘনিষ্ঠ বন্ধু হৈ পৰিছিলো। দিশা মোৰ বাবে পৰিয়ালৰ দৰে।”- এলেকজেন্দাৰে কয়।

দিশাৰ প্ৰাক্তন প্ৰেমিক টাইগাৰ শ্ৰুফৰ বিষয়েও আলেকজেণ্ডাৰে মন্তব্য কৰে। কয় যে টাইগাৰক তেওঁ আৰম্ভণিৰে পৰা চিনি পায়।

উল্লেখ্য যে শেহতীয়াকৈ দিশা পাটানিক ‘এক ভিলেইন ৰিটাৰ্ণছ’ নামৰ চিনেমাখনত শেষবাৰৰ বাবে দেখা পোৱা গৈছিল। মুক্তি পাবলৈ অপেক্ষা কৰিছে ‘প্ৰজেক্ট কে’ নামৰ ছৱিখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক