--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিৱেশী শত্ৰুৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ ৱেব চিৰিজ চোৱাৰ বাবেই দুজনকৈ ছাত্ৰক গুলিয়াই মাৰিলে কিম জং উনৰ উত্তৰ কোৰিয়াই। ৰেডিঅ’ ফ্ৰী এছিয়াকে ধৰি কেইবাটাও সংবাদসংস্থাৰ শেহতীয়া প্ৰতিবেদনে এই দাবী কৰিছে।

প্ৰতিবেদন অনুযায়ী, ১৫-১৬ বয়সীয়া ছাত্ৰ দুগৰাকীক যোৱা অক্টোবৰ মাহতে হত্যা কৰা হৈছিল। কিন্তু ইমান দিনলৈকে ঘটনাটো গোপনে আছিল।

ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীসকলে দাবী কৰা মতে, ছাত্ৰ দুগৰাকীয়ে ৱেব চিৰিজখন চোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰপাছতে তেওঁলোকে বাস কৰা হেচন নামৰ চহৰখনৰ এটা মুকলি ঠাইত তেওঁলোকক গুলি কৰি হত্যা কৰা হয়।

আনকি চহৰবাসীৰ চকুৰ আগতে তেওঁলোকক হত্যা কৰা হয়। কিম জং উন শাসিত দেশখনৰ শেহতীয়া এই বাতৰিয়ে স্তম্ভিত কৰি তুলিছে বিশ্ববাসীক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী