--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভাৰ ফলাফল ঘোষণাৰ পিছতে বিজেপিক সমালোচনাত মুখৰ হৈ পৰিছে অৰুন্ধতী ৰায়। তেওঁ জনায় যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগনিশা টেনচনৰ বাবে তেওঁ শুবই পৰা নাছিল। কিন্তু ফলাফলে তেওঁক আনন্দ প্ৰদান কৰিছে।

দেওবাৰে কেৰালাৰ কোচিত ‘যুৱধৰা’ নামৰ সাহিত্য মহোৎসৱত অংশগ্ৰহণ কৰে বুকাৰ বঁটা বিজয়ী লেখিকাগৰাকীয়ে। তেওঁ কয় যে দক্ষিণ ভাৰতৰ আন এখন ৰাজ্য কেৰালাতো বিজেপিক সুযোগ দিয়া উচিত নহয়। 

কিছুদিন পূৰ্বে মোডীয়ে কৰা কেৰালা ভ্ৰমণক লৈও সমালোচনা কৰে এইগৰাকী বিশিষ্ট সাহিত্যিকে। কেৰালাত বিজেপিক সুযোগ নিদিবলৈ তেওঁ গোহাৰি জনায়। তেওঁ কয় যে কেৰালাত যদি বিজেপিক সুযোগ দিয়া হয়, তেন্তে বিজেপিয়ে কেৰালা জ্বলাই দিব।

লগতে লেখিকাগৰাকীয়ে দেশৰ সংখ্যালঘু লোকৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিয়ে। তেওঁ মণিপুৰৰ ঘটনাৰ ওপৰতো আলোকপাত কৰে। কেৱল মণিপুৰতে নহয়, ছত্তীশগড় আৰু ঝাৰখণ্ডতো প্ৰতিদিনে খ্ৰীষ্টান সম্প্ৰদায়ক নিৰ্যাতন চলোৱা হৈছে বুলি তেওঁ দাবী কৰে। বুকাৰ বিজয়ী লেখকগৰাকীয়ে জনোৱা মতে, বিগত দুবছৰত দেশত ৩০০ৰো অধিক গীৰ্জাত আক্ৰমণ সংঘটিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস