--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ চেলচুৰাৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত এজন বিজেপি বিধায়কৰ পুত্ৰসহ সাতগৰাকী শিক্ষাৰ্থী মৃত্যু হয়৷ সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ চেলচুৰাৰ ওচৰৰ এখন দলঙৰ ওপৰৰ পৰা গাড়ীখন পৰি যোৱাৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো৷ এই দুৰ্ঘটনাত বিজেপি বিধায়ক বিজয় ৰাহাংডেলৰ পুত্ৰ আবিষ্কাৰ ৰাহাংদালেকে ধৰি সাতজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ মৃত্যু হয়৷ আৰক্ষীৰ জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে দেউলীৰ পৰা ৱাৰ্ধালৈ গৈ থকা অৱস্থাত তেওঁলোকৰ বাহনখন পৰি গৈছিল। আৰক্ষী অধীক্ষক ৱাৰ্ধাৰ প্ৰশান্ত হোলকাৰৰ মতে যোৱা নিশা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনত থকা লোকসকলক ৱাৰ্ধাৰ চাৱাংগী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে চিনাক্ত কৰা হৈছে। নীৰজ চৌহান, বিবেক নন্দন, প্ৰত্যুষ সিং আৰু শুভম জয়ছোৱাল চূড়ান্ত বৰ্ষৰ এমবিবিএছ ছাত্ৰ, আবিষ্কাৰ ৰাহাংডেল আৰু পৱন শক্তি প্ৰথম বৰ্ষৰ এমবিবিএছ ছাত্ৰ আৰু নীতেশ সিং এজন চিকিৎসা বিজ্ঞানৰে শিক্ষাৰ্থী আছিল৷ আৰু পঢ়কঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সন্ত্ৰাসৰ আগজাননী! সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিব নেকি মোদী? কি আছে চোৰাংচোৱাৰ শেহতীয়া তথ্যত ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি