--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুত,ভাৰতীয় টেলিভিশ্যন জগতৰ পৰা ৰূপালী পৰ্দাৰ নায়কলৈ সকলো চৰিত্ৰৰে দৰ্শকৰ মন মোহা এজন প্ৰতিভাৱান অভিনেতা আছিল৷সদায় এটা হাঁহি মুখত লৈ থকা অভিনেতাজনে হঠাতে এদিন পৃথিৱীৰ পৰা মেলানি মাগিলে৷প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ কাৰণ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্তই এতিয়াও চূড়ান্ত কৰিব পৰা নাই। আচলতে এই বিষয়টো কেৱল আমেৰিকাতহে আবদ্ধ হৈ আছে। দুৰ্নীতি বিৰোধী সংস্থাটোৱে ২০২১ চনত কেলিফৰ্ণিয়াৰ মুখ্য কাৰ্যালয় থকা গুগল আৰু ফেচবুকলৈ আনুষ্ঠানিক অনুৰোধ প্ৰেৰণ কৰিছিল, অভিনেতাজনৰ সকলো ডিলিট কৰা বাৰ্তা, ইমেইল বা পোষ্টৰ সবিশেষ শ্বেয়াৰ কৰে যাতে চিবিআইয়ে সকলো বাৰ্তা আৰু মেইল ​​তথা পোষ্ট বিশ্লেষণ কৰিব পাৰে।

উল্লেখযোগ্য যে ১৪ জুন, ২০২০ তাৰিখে সুশান্তক তেওঁৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তাৰ পাছত এই৷মৃত্যুৰ তদন্ত চিবিআইয়ে লাভ কৰে৷তদুপৰি ভাৰত আৰু আমেৰিকাৰ মিউচুৱেল লিগেল এচিষ্টেন্স ট্ৰিটি (MLAT) আছে, যাৰ অধীনত দুয়োপক্ষই যিকোনো ঘৰুৱা তদন্তত তথ্য লাভ কৰিব পাৰে৷এক প্ৰতিবেদন অনুসৰি চিবিআইৰ এজন বিষয়াই কয়, ‘আমি এতিয়াও এই কাৰিকৰী প্ৰমাণৰ ওপৰত আমেৰিকাৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছো, যিয়ে আমাক গোচৰটোক যুক্তিসংগত সিদ্ধান্তলৈ লৈ যোৱাত সহায় কৰিব পাৰে। এই কাৰণেই মৃত্যুৰ বিষয়টো চূড়ান্ত কৰাত আমাৰ পলম হৈছে।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ