--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুটাকৈ সন্তানৰ মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ পাছত কৰীণা কাপুৰে সন্মুখীন হৈছে নানা সমস্যাৰ৷ সেই জিৰো ফিগাৰ শৰীৰ আৰু কমনীয়তাৰ কথা পাহৰি তেওঁ এতিয়া অভিনেত্ৰীগৰাকীয়ে কটাইছে শাৰীৰিক সমস্যাজৰ্জৰ জীৱন৷ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী তাৰকা বলীউড অভিনেত্ৰী কৰীণা কাপুৰ৷ কেৰিয়াৰত বিভিন্ন ধৰণৰ ছবিত চমকপ্ৰদ অভিনয় কৰিছে কৰীণাই। বলীউডৰ জনপ্ৰিয় কাপুৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা কৰীণাৰ৷ কঠোৰ পৰিশ্ৰম আৰু অভিনয়ৰ জৰিয়তে কৰীণাই বলীউডত লাভ কৰিছে এক সুকীয়া স্থান৷ ক'ভিডকালত যিদৰে সাধাৰণ লোকে যথেষ্ট বেয়া পৰিস্থিতি বা বেয়া সময় পাৰ কৰিব লগা হৈছিল, ঠিক সেইদৰে অভিনেত্ৰীগৰাকীয়েও জীৱনত সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা দুখৰ ভাগ বতৰা কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে৷

কৰীণা কাপুৰ খান বৰ্তমান সামাজিক মাধ্যমত চৰ্চাৰ বিষয়। কৰীণাই বিবাহিত আৰু দুটা সন্তানৰ মাতৃ হোৱাৰ পাছৰ প্ৰত্যাহ্বানৰ বিষয়া অনুৰাগীসকলৰ সৈতে ভাগ বতৰা কৰিছে। কৰীণা কাপুৰে ইনষ্টাগ্ৰামত নিজৰ এখন ফটো আপলোড কৰি লিখিছিল 'বিয়া হোৱাৰ পাছত জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গৈছে৷ কিয়নো মই বিবাহৰ পৰৱৰ্তী কেইবছৰমানত দুটা সন্তানৰ মাতৃ হৈছোঁ।' কৰীণা কাপুৰ খানেও এই মুহূৰ্তত সন্মুখীন হৈ থকা সকলো দুখৰ বিষয়ে কৈছিল। যিটো এতিয়া ভাইৰেল হৈ আছে।

কৰীণাই বিবাহৰ পাছতে দুটাকৈ সন্তানৰ মাতৃ হোৱাৰ সৌভাগ্য অৰ্জন কৰিছে৷ অৱশ্যে তাৰ পাছৰে পৰা অভিনেত্ৰী অতি শকত আৰু স্বাস্থ্যজনিত সমস্যাত জৰ্জৰিত হৈ পৰিছে। অনুৰাগীৰ নিজৰ শাৰীৰিত সমস্যাৰ বৰ্ণনা দি কৰীণা কাপুৰে কয় যে তেওঁ এতিয়া যথেষ্ট বিষ আৰু বেদনাৰ সন্মুখীন হৈছে কিয়নো গৰ্ভধাৰণৰ ফলত যথেষ্ট ওজন বৃদ্ধি হৈছিল। ছেইফ আলী খানৰ পত্নী কৰীণাৰ বিবাহোত্তৰ জীৱনৰ এই প্ৰত্যাহ্বানৰ স্বীকাৰোক্তিয়ে অনুৰাগীৰ অন্তৰ স্পৰ্শ কৰা দেখা গৈছে। বিভিন্নজনে প্ৰিয় তাৰকাগৰাকীৰ এই বেয়া সময়ৰ বেদনাৰ সমভাগীও হোৱা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ