--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিদায়ী সভাপতি ব্রিজ ভূষণ শৰণ সিঙে শনিবাৰে মণিপুৰৰ ভাইৰেল ভিডিঅ’টোৰ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দুগৰাকী কুকি মহিলাক পুৰুষৰ দলে কাপোৰ খুলি যৌন নিৰ্যাতন চলোৱাৰ দৃশ্যক ‘দুখজনক’ বুলি অভিহিত কৰে তেওঁ।

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত তেওঁ বিৰোধী শাসিত (ক্ৰমে কংগ্ৰেছ আৰু টিএমচি) ৰাজ্য ৰাজস্থান আৰু পশ্চিম বংগত সংঘটিত একেধৰণৰ ঘটনাৰ কথা উল্লেখ কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ বিষয়ে ব্যৱস্থা ল’ব বুলি কয়।

‘ৰাজস্থান আৰু পশ্চিম বংগতো ঘটনা সংঘটিত হৈছিল। বহু মানুহৰ মৃত্যু হৈছিল নিৰ্বাচনৰ সময়ত... মণিপুৰৰ পৰিস্থিতি কঠিন আছিল। এইটো এটা অতি দুখজনক ঘটনা যিটো স্বাধীন ভাৰতত ঘটিছে। প্ৰধানমন্ত্ৰীয়ে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে। এই বিষয়ে তেওঁ মন্তব্যও কৰিছে..." সিঙে কয়।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে ছয়গৰাকী মহিলা মল্লযুঁজাৰুৱে দাখিল কৰা যৌন নিৰ্যাতনৰ অভিযোগত জামিন লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস