--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 

 উপাৰ্জনতকৈ অধিক সম্পত্তি আহৰণ কৰাৰ বাবেই মন্ত্ৰী আৰু তেওঁৰ পত্নীক কাৰাদণ্ড বিহা হৈছে। দম্পতীহালৰ বিৰুদ্ধে প্ৰথম এজাহাৰ ২০০২ চনত পঞ্জীয়ন কৰা হৈছিল। অভিযোগ কৰা হৈছিল যে ১৯৯১ আৰু ২০০১  চনৰ ভিতৰত যেতিয়া ৰাজ্য খনত  এআইএডিএমকে শাসনত আছিল, কে পোনমুদি আৰু তেওঁৰ পত্নীৰ সম্পত্তি তেওঁলোকৰ উপাৰ্জনৰ সৈতে অসামঞ্জস্যপূৰ্ণভাৱে বৃদ্ধি পাইছিল।

 দুয়োৰে বিৰুদ্ধে   ১.৪ কোটি টকাৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তি আহৰণৰ  অভিযোগ উত্থাপন হৈছিল।
গোচৰটোত ৰায়দান কৰি  ন্যায়াধীশ জি জয়চন্দ্ৰনে মন্তব্য কৰে, "আন কোনো বিভাগ নহয়, তেওঁ উচ্চ শিক্ষা বিভাগৰ দায়িত্বত আছিল। তেওঁ এনে কাৰ্যৰ দ্বাৰা  ভৱিষ্যত প্ৰজন্মৰ ক্ষতি কৰিছে।’’ মন্ত্ৰীগৰাকীৰ অধিবক্তাই অনুৰোধ কৰিছিল যে ৭৩ আৰু ৬০ বছৰ বয়সৰ দুগৰাকী ব্যক্তিৰ  বয়সৰ কথা বিবেচনা কৰি শাস্তি হ্ৰাস কৰিব লাগে। 

অৱশ্যে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ত এই ৰায়ৰ বিৰুদ্ধে আবেদন  কৰিবলৈ ৩০  দিনৰ সময় বান্ধি  দিছে। যদি তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ  নাপায়, তেন্তে  আত্মসমৰ্পণ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক