--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অসাধাৰণ ছোৱালী। বয়স মাত্ৰ ১২ বছৰ। যি সময়ত তাইৰ বয়সৰ লগৰ সমনীয়াই পুতলা খেলৰ সৈতে নিজকে ব্যস্ত ৰাখে, সেইসময়ত তাই সাঁতুৰি জগত জিনিবলৈ সক্ষম হৈছে। তাইৰ নাম কুত্ৰালিশ্বৰন। মাদ্ৰাজৰ এই যুৱতীগৰাকীয়ে সাঁতুৰি শ্ৰীলংকাৰ উপকূল পাইছেগৈ। ১৬ ঘণ্টাৰ ভিতৰত তাই তামিলনাডু পাল্ক ষ্ট্ৰেইটৰ পৰা শ্ৰীলংকাৰ জাফনা জিলাত উপস্থিত হৈছে। এই কৃতিত্ব অৰ্জন কৰা কুত্ৰালিশ্বৰন আটাইতকৈ কনিষ্ঠ যুৱতী হিচাপে পৰিগণিত হৈছে। তেওঁ এতিয়া দুয়োখন ৰাষ্ট্ৰৰ মাজত সাঁতুৰি এক নতুন সমন্ধ গঢ়িবলৈ সক্ষম হৈছে।- একাধিক ধৰণে মাদ্ৰাজৰ ১২ বছৰীয়া যুৱতীগৰাকীয়ে ১৬ ঘণ্টাৰ ভিতৰত পাল্ক ষ্ট্ৰেইট পাৰ হৈ গৈছিল, যাৰ ফলত তেওঁ এই কৃতিত্ব প্ৰদৰ্শন কৰা আটাইতকৈ কনিষ্ঠ ব্যক্তি হৈ পৰিছিল। সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে অলপতে শ্ৰীলংকাৰ থালাইমান্নাৰ আৰু তামিলনাডুৰ ধনুষকোডিৰ মাজত ৩২ কিলোমিটাৰ দূৰত্ব সাঁতুৰি এই বিৰত্ব অৰ্জন কৰিছে। এই যাত্ৰা তেওঁৰ বাবে যদিও কঠিন আছিল তথাপি তেওঁ এই কাৰ্য অনায়েসে কৰিবলৈ সক্ষম হৈছে। প্ৰচুৰ আত্মবিশ্বাসৰ বাবে তেওঁ এই কাৰ্য কৰিব পাৰিলে বুলি তাই ক’ব বিচাৰে। সাঁতোৰবিদগৰাকীৰ এতিয়া পৰৱৰ্তী লক্ষ্য হৈছে ইংলিছ চেনেল। ইংলিছ চেনেল হৈছে, আটলাণ্টিক মহাসাগৰৰ এক অংশ যি দক্ষিণ ইংলেণ্ডক উত্তৰ ফ্ৰান্সৰ পৰা পৃথক কৰে। আগন্তুক জুলাই মাহত তেওঁ এই নতুন পদক্ষেপ হাতত ল’ব। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন