--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জীৱনৰ হেঁপাহত সময়ে দুয়োকে পুনৰ ওচৰ চপাই আনিলে৷ তেওঁলোকৰ প্ৰেমৰ আত্মিক অনুভৱে লগ দিলে নিয়তিকো৷ দুটা ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা প্ৰাণ বচাই তেওঁলোক এতিয়া ইজনে-সিজনৰ বাহুবন্ধনত৷ যেন নৱজীৱন পালে এই প্ৰেমাস্পদে৷ 

একেদিনাই দুটা পৃথক বিমান দুৰ্ঘটনাৰ দুয়োৰে জীৱনৰক্ষা পৰিছিল। ৩০ বছৰীয়া ষ্টেফানো পিৰেলি আৰু তেওঁৰ বাগদত্তা ২২ বছৰীয়া এণ্টোনিটা ডেমাচি বন্ধুবৰ্গৰ সৈতে চাভোনালৈ দুখন পৃথক বিমানত গৈ আছিল৷ আৰু আকাশমাৰ্গতে জীৱনৰ প্ৰতি ভাবুকিপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হৈছিল দুয়ো৷

ষ্টেফানো এখন বেলেগ বিমানত আছিল, যিখন দুৰ্ভাগ্যবশতঃ বিকল হৈ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। আনহাতে, এণ্টোনিটাৰ বিমানখনে ষ্টেফানোৰ দুৰ্ঘটনাস্থলীৰ পৰা মাত্ৰ ২৫ মাইল দূৰত ইটালীৰ বুচানোত সমস্যাৰ সন্মুখীন হৈছিল৷ 

আশ্চৰ্যজনকভাৱে, ষ্টেফানো কোনোধৰণৰ আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰিছিল৷ আনহাতে এণ্টোনিটা সামান্য আঘাতপ্ৰাপ্ত হৈছিল। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীয়ে তেওঁলোকক ধ্বংসাৱশেষৰ পৰা দ্ৰুতগতিত উদ্ধাৰ কৰে৷

মূৰত আঘাতপ্ৰাপ্ত এণ্টোনিটাৰ পাইলট পাওলো ৰোটণ্ডোকে ধৰি প্ৰেমাস্পদ আৰু পাইলটসকলক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ