--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুটাকৈ পাৰ্চেল বোমা বিস্ফোৰণে জোকাৰি গৈছে ম্যানমাৰৰ বিখ্যাত ইনছেইন কাৰাগাৰ। আজি পুৱা ইয়াঙ্গুনস্থিত ইনছেইন কাৰাগাৰৰ প্ৰৱেশদ্বাৰত  সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণত ৮ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ১৮ গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। নিহতসকলৰ ভিতৰত ৩ গৰাকী কাৰাগাৰৰ কৰ্মচাৰী আৰু ৫ গৰাকী দৰ্শনাৰ্থী আছিল বুলি কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

উল্লেখ্য যে, ইনছেইন হৈছে ম্যানমাৰৰ সৰ্ববৃহৎ কাৰাগাৰ। এই কাৰাগাৰত প্ৰায় ১০ হাজাৰ কাৰাবন্দী আছে আৰু ইয়াৰে অধিকাংশই  ৰাজনৈতিক বন্দী। এইপৰ্যন্ত কোনো ব্যক্তি বা গোটে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও জুণ্টাই এই বিস্ফোৰণৰ আঁৰত সন্ত্ৰাসবাদী সংগঠন জড়িত আছে বুলি সন্দেহ কৰিছে। 

কাৰাগাৰ কৰ্তৃপক্ষই উল্লেখ কৰা মতে কাৰাগাৰৰ পোষ্টৰুমত এই বিস্ফোৰণ সংঘটিত হৈছিল। বিস্ফোৰণস্থলীত প্লাষ্টিকত মেৰিয়াই থোৱা আন এটা বোমাও পোৱা গৈছে বুলি কৰ্তৃপক্ষই লগতে জানিবলৈ দিয়ে।

শতিকা পুৰণি কাৰাগাৰখনৰ বন্দীসকলৰ সৈতে কাৰাগাৰ কৰ্তৃপক্ষই অমানৱীয় আচৰণ কৰি আহিছে বুলি মানৱ অধিকাৰ গোটসমূহে অভিযোগ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য