--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মদ বটলত ভৰাই অনা কোকেইন ধৰা পৰিল মুম্বাই বিমান বন্দৰত। ডিৰেক্টৰেট অৱ ৰেভিনিউ ইণ্টেলিজেন্সে (ডিআৰআই) এটা বিবৃত্তিযোগে এই কথা জনাইছে।

জব্দ হোৱা কোকেইনখিনিৰ মূল্য ২০ কোটি টকা বুলি জানিব পৰা গৈছে। কোকেইনখিনি নাইজেৰিয়াৰ ৰাজধানী লাগোচৰ পৰা ইথিঅ’পিয়াৰ আদিছ আবাবা হৈ মুম্বাইলৈ অনা হৈছিল। কিন্তু ইয়াৰ পূৰ্বেই ডিআৰআইয়ে বিশেষ সূত্ৰৰ জৰিয়তে সমগ্ৰ ঘটনা জানিব পাৰিছিল।

২৪ নৱেম্বৰত সেয়ে মুম্বাই বিমান বন্দৰত উপস্থিত থাকে ডিআৰআই। শেষত এই সংক্ৰান্তত এজন লোকক আটক কৰা হয়। তেওঁৰ বেগৰ পৰা ১ লিটাৰৰ দুটা হুইস্কীৰ বটল পোৱা যায়। বটলৰ ভিতৰৰ পানীয়খিনি পৰীক্ষা কৰি দেখা যায় যে তাত কোকেইন মিহলোৱা আছে। দুয়োটা হু্ইস্কীৰ বটলৰ ওজন আছিল চাৰে তিনি কেজি।

ডিআৰআইয়ে জনোৱামতে, এইধৰণে ড্ৰাগছ সৰৱৰাহ পূৰ্বে ধৰা পৰা নাছিল। কোকেইনখিনি মুম্বাইলৈ কাৰ বাবে পঠোৱা হৈছিল, তাক লৈ তদন্ত অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক