--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কোৱা হয়, মন কৰিলেই চন বাকৰি মাটিতেই ধন৷ মনোবল থাকিলেই সকলো  কাম সম্ভৱ হৈ উঠে৷ এই কথা প্ৰমাণ কৰি দেখুৱালে  প্ৰীতি মাস্ক নামৰ এগৰাকী মহিলাই৷   মাত্ৰ ১৪ দিনতে চাইকেলেৰে পশ্চিমৰ পৰা পূব ভাৰতলৈ অকলে যাত্ৰা কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে তেওঁ।

  ৪৫ বছৰীয়া প্ৰীতি মাস্কেৰ দুটি সন্তানো আছে৷  তৎস্বত্বেও  ৪০০০ কিলোমিটাৰ যাত্ৰা কৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।প্ৰতিৰ এই যাত্ৰাৰ উদ্দেশ্য হৈছে অংগদানৰ বিষয়ে মানুহক সজাগ কৰি তোলা৷ 

 ১ নৱেম্বৰৰ দিনা  ভাৰতৰ পশ্চিম সীমান্তত অৱস্থিত কোটেশ্বৰ মন্দিৰৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰিছিল পুনেৰ প্ৰীতি মাস্কে। প্ৰীতিয়ে কম সময়তে  গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অসম হৈ পূবৰ অৰুণাচল প্ৰদেশ আদি অতিক্ৰম কৰে ৷ জানিব পৰা মতে, শাৰীৰিক অসুস্থতা আৰু মানসিক হতাশাৰ সৈতে যুঁজিবলৈ পাঁচ বছৰ পূৰ্বৰ পৰা চাইকেল চলাবলৈ আৰম্ভ কৰিছিল প্ৰীতিয়ে৷ 
 
ইতিমধ্যে প্ৰীতিৰ অভিলেখ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ অনাৰ বাবে তেওঁৰ অভিযানৰ সৈতে জড়িত ফটো আৰু অন্যান্য প্ৰমাণ ৱৰ্ল্ড আল্ট্ৰা চাইক্লিং এছ’চিয়েশ্যন আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ হাতত অৰ্পণ কৰা হৈছে৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক