--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয়টো সন্তানৰ পিতৃ হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং। এটি কন্যা সন্তান জন্ম দি এতিয়া আনন্দিত হৈ পৰিছে  যুৱৰাজৰ পত্নী হেজেল কিচ। সুখৰ এনে মুহূৰ্তত যুৱৰাজে  তেওঁৰ অনুৰাগীসকলক  সুখবৰটো  জনাইছে।  ইনষ্টাগ্ৰামত যুৱৰাজে দ্বিতীয়টো সন্তানৰ পিতৃ হোৱাৰ খবৰটো প্ৰকাশ কৰিছে।  


Yuvraj Singh shared this picture on his Instagram. (Instagram/@YuvrajSingh)

এই সুখবৰটো পোৱাৰ পিছতে বহুতে দম্পতীহালক অভিনন্দন জনাইছে আৰু  শুভকামনা জ্ঞাপন কৰিছে। যুৱৰাজ সিঙে ইনষ্টাগ্ৰামত লিখিছে , "আমি আমাৰ সৰু ৰাজকুমাৰী আউৰাক স্বাগতম জনোৱাৰ লগতে আমাৰ পৰিয়ালটোক সম্পূৰ্ণ কৰি তোলাৰ  লগে লগে আমাৰ নিদ্ৰাহীন ৰাতিবোৰ বহুত আনন্দদায়ক হৈ পৰিছে।" তেওঁ তেওঁৰ কন্যা শিশুটিৰ  এখন ফটোও শ্বেয়াৰ কৰিছে।  আনহাতে হেজেল কিচক তেওঁলোকৰ পুত্ৰ অৰিয়ন কিচ সিঙৰ কাষত থকা দেখা গৈছে। 



এই পোষ্টটো  শ্বেয়াৰ কৰাৰ পিছত পাঁচ মিনিটৰ ভিতৰতে  এক লাখতকৈও অধিক লোকে লাইক কৰিছে। শ্বেয়াৰটোৱে বহুতে শুভেচ্ছামূলক  মন্তব্য  কৰিছে। এজন ব্যক্তিয়ে লিখিছে, "অভিনন্দন! ধন্য হৈ থাকক!" আন এজনে লিখিছে : "ঈশ্বৰে আপোনাৰ পৰিয়ালটোক আশীৰ্ব্বাদ কৰক।" তৃতীয় এজনে লিখিছে  "এয়া এক আনন্দদায়ক  ঘটনা।"আন বহুতে হূদয়ৰ ইমোজি ব্যৱহাৰ কৰি পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস