--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে হাংঝুৰ পিংফেং কেম্পাছ ক্ৰিকেট ফিল্ডত নেপালৰ বিৰুদ্ধে এছিয়ান গেমছ ২০২৩ৰ কোৱাৰ্টাৰ ফাইনেলত শতক অৰ্জন কৰে যশস্বী জয়ছৱাল।  টি-২০ শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় হিচাপে পৰিগণিত হয় তেওঁ।

২১ বছৰ বয়সত ৯ মাহ ১৩ দিন বয়সত জয়ছৱালে পূৰ্বে ২৩ বছৰ ১৪৬ দিনত নিউজিলেণ্ডৰ বিৰুদ্ধে শতক কৰা শুবমান গীলৰ অভিলেখ ভংগ কৰে।

জয়ছৱালে ৪৮টা ডেলিভাৰীৰ সমুখিন হৈ প্ৰথমবাৰৰ বাবে টি-২০ শতকত উপনীত হয়। এই ফৰ্মেটত ষষ্ঠখন খেলত অংশগ্ৰহণ কৰে তেওঁ।

গিল, বিৰাট কোহল, কে এল ৰাহুল, ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, দীপক হুদা আৰু সুৰেশ ৰাইনাৰ পিছতে টি-২০ত শতক ৰেকৰ্ড কৰা মাত্ৰ অষ্টমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় এই বাওঁহাতৰ বেটছমেনগৰাকী।

ইতিমধ্যে টেষ্টত শতক অৰ্জন কৰিছে জয়ছৱালে। ডমিনিকাত অনুষ্ঠিত প্ৰথমখন টেষ্টত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৭১ ৰান সংগ্ৰহ কৰে মুম্বাইৰ তৰুণজনে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ