--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না ভাইৰাছৰ স্বৰূপ প্ৰতিদিনে সলনি হৈছে। এই মুহূৰ্তত, সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলৰ উদ্বেগ বৃদ্ধি কৰা কৰ’নাৰ প্ৰকাৰটো হৈছে বি.এ.৫। এই প্ৰকাৰটো কেৱল দ্ৰুতগতিত বিয়পি থকাই নহয়, লগতে নতুন লক্ষণো দেখা গৈছে। সাধাৰণ মানুহে কেতিয়াও নাভাবিব যে, কেৱল ঘাম ওলোৱাটো কৰ’নাৰ আটাইতকৈ ডাঙৰ লক্ষণ হ'ব পাৰে। মহামাৰীৰ আৰম্ভণিৰ পৰা, কৰ’না ভাইৰাছৰ কেইবাটাও প্ৰকাৰে ভীতি-সন্ত্ৰস্ত কৰি তুলিছিল দেশৰ নাগৰিকক। 

এতিয়ালৈকে সাধাৰণ ৰাইজৰ ওচৰত উপলব্ধ তথ্য অনুসৰি, কৰ’নাৰ মূখ্য লক্ষণবোৰ হৈছে - জ্বৰ, মূৰৰ বিষ, হাতৰ বিষ, পেটৰ সমস্যা, ডায়েৰিয়া ইত্যাদি। কিন্তু, এইবাৰ নিশা ঘাম ওলোৱাটোও কৰ’না ভাইৰাছৰে এক নতুন লক্ষণ হিচাপে এইবাৰ পোহৰলৈ আহিছে। এই তথ্য প্ৰকাশৰ পাছতে উদ্বিগ্ন হৈ পৰিছে দেশৰ নাগৰিক। ইফালে দেশত তীব্ৰ হাৰত বৃদ্ধি পাইছে কৰ’না। দেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ চৰকাৰেও জাৰী কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। পৰৱৰ্তী সময়ত অৱশ্য অতিমাৰী কৰ’নাৰ প্ৰাদূৰ্ভাৱ কিদৰে শাম কাটে সেয়াহে হ’ব লক্ষ্যণীয় হৱ!

ইউকেত কৰো’না সংক্ৰমণ বৃদ্ধি পাইছে। ক’ভিড আক্ৰান্তসকলে দাবী কৰিছে যে এই পৰিস্থিতিত ৰাতি ঘাম ওলোৱা লোকৰ সংখ্যা সৰ্বাধিক। কিছুমান বিশেষজ্ঞই এইবিষয়ে গৱেষণা আৰম্ভ কৰিছে। ইফালে, ট্ৰিনিটি কলেজ ডাবলিনৰ অধ্যাপক লিউক অ'নীলে কৈছিল যে বি.এ.৫-ৰ এটা লক্ষণ হৈছে অত্যাধিক নিশা ঘাম ওলোৱা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ