--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই বিলাসী ঘৰটো ১৭ মহলীয়া আৰু ৬৬ মিটাৰ ওখ। মুম্বাইৰ পালি হিলৰ সমীপত এই ঘৰটো আছে।

ডিজিটেল ডেস্ক : ৰিলায়েন্স গ্রুপ অব্ কোম্পানীজৰ বিৰুদ্ধে চলি থকা ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ সংক্রান্তত আইন বলৱৎকাৰী সঞ্চালকালয়ে (ED) ব্যৱসায়ী অনিল আম্বানীৰ ৩৭১৬ কোটি টকা মূল্যৰ ঘৰ এটা বাজেয়াপ্ত কৰিছে। 


বুধবাৰে ইডিয়ে প্ৰকাশ কৰা মতে, অনিল আম্বানীৰ ৰিলায়েন্স কমিউনিকেশ্যনছৰ বিৰুদ্ধে থকা বেংক প্ৰৱঞ্চনাৰ গোচৰটোৰ ক্ষেত্ৰত সংস্থাটোৰ তদন্তৰ অংশ হিচাপে এই 'এবড' শীৰ্ষক ঘৰটো জব্দ কৰাৰ বাবে এটা নির্দেশ জাৰি কৰা হৈছে। 


উল্লেখযোগ্য যে এই বিলাসী ঘৰটো ১৭ মহলীয়া আৰু ৬৬ মিটাৰ ওখ। মুম্বাইৰ পালি হিলৰ সমীপত এই ঘৰটো আছে। আনহাতে, ২৬ ফেব্ৰুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ জাননী দিছে ইডিয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ