--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বকৰিদ সমাগত৷বকৰিদৰ মাজতেই আহি পৰিছে এক আশ্চৰ্যজনক খৱৰ৷ৰাজস্থানৰ চুৰু জিলাৰ এজন ভেড়াৰখীয়াক তেওঁৰ ওচৰত থকা ভেড়াটোৰ বাবদ এক কোটি টকা আগবঢ়োৱা হৈছে৷

ভেড়াৰখীয়া ৰাজু সিঙে কয় যে তেওঁ নাজানে ভেড়া পোৱালিটোৰ শৰীৰত থকা সংখ্যাবোৰৰ অৰ্থ কি? কিন্তু মুছলমান সমাজৰ একাংশ লোকৰ লগত পৰামৰ্শ কৰি গম পালে যে জন্তুটোৰ শৰীৰত ‘৭৮৬’ লিখা আছে।সিঙে কয় যে যদিও ইয়াৰ অৰ্থ মুছলমানৰ বাবে বহুত, তথাপিও তেওঁ ইয়াক বিক্ৰী কৰিব নোৱাৰিলে কাৰণ জন্তুটো তেওঁৰ বাবে অতি স্নেহৰ৷

তেওঁ ক’লে, "যোৱা বছৰ মতা মেৰ পোৱালিটোৰ জন্ম হৈছিল, আৰু আজি মানুহে ইয়াক ক্ৰয় কৰিব বিচাৰিছে। আনকি মানুহে ভেড়া পোৱালিটোৰ বাবে ৭০ লাখ আৰু তাৰো অধিক টকা আগবঢ়াইছে, কিন্তু মই বিক্ৰী কৰিবলৈ সাজু হোৱা নাই।"

উল্লেখ্য যে বৃহৎ নিবিদাৰ পাছৰে পৰা ভেড়া পোৱালিটোৱে বিশেষ যত্ন লাভ কৰি আহিছে। ইয়াক ডালিম, বাজৰা আৰু সেউজীয়া শাক-পাচলি খুৱাই থকা হৈছে। সিঙে কয় যে তেওঁ নিৰাপত্তাজনিত কাৰণত নিজৰ ঘৰৰ ভিতৰতে ভেড়াৰ পোৱালিটো ৰাখিবলৈ আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস