--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় লোকসেৱা আয়োগে প্ৰকাশ কৰিলে অসামৰিক সেৱা পৰীক্ষা (UPSC CSE 2022)ৰ চূড়ান্ত ফলাফল। এই পৰীক্ষাত চি এছ ই ২০২২ত শীৰ্ষস্থান দখল কৰিছে ঈশিতা কিশোৰে। একে সময়তে গৰিমা লোহিয়াই দ্বিতীয় স্থানত থকাৰ বিপৰীতে তৃতীয় স্থানত আছে উমা হাৰাথি এন চতুৰ্থ স্থান দখল কৰিছে স্মৃতি মিশ্ৰ আৰু পঞ্চম স্থান লাভ কৰিছে ময়ূৰ হাজৰিকাই। এই ফলাফল ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইট www.upsc.gov.in ত উপলব্ধ৷


UPSC CSE 2022 ট’পাৰ ঈশিতা কিশোৰ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক। তেওঁৰ কলেজৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত তেওঁক গণ্য কৰা হৈছিল। নিজৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে ঈশিতাই কেৱল পৰিয়াললৈ কৃতিত্ব কঢ়িয়াই অনাই নহয়, কলেজলৈও কৃতিত্ব বহন কৰিছে।


এইবাৰ UPSC CSE 2022 পৰীক্ষাত ছোৱালীয়ে ল’ৰাৰ তুলনাত জয়যাত্ৰা অধিক বজাই ৰাখিছে। এইবাৰ শীৰ্ষ ৫ ৰ ভিতৰত আছে চাৰিগৰাকী ছোৱালী। ইয়াৰ ভিতৰত ঈশিতা কিশোৰে শীৰ্ষস্থান দখল কৰাৰ লগতে গৰিমা লোহিয়া দ্বিতীয় স্থানত আছে, তৃতীয় স্থানত উমা হাৰাথি এন আৰু চতুৰ্থ স্থানত আছে স্মৃতি মিশ্ৰ৷ আৰু পঞ্চম স্থানত আছে অসম সন্তান ময়ূৰ হাজৰিকা৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ