--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আচাৰ্য্য চাণক্যই জীৱনত সফলতা লাভ কৰিবলৈ বহু নীতিৰ কথা উল্লেখ কৰিছে। এই নীতিসমূহে এজন ব্যক্তিক সফলতা দিয়াই নহয়, ভৱিষ্যতৰ প্ৰতিটো ভাল-বেয়া মুহূৰ্তৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ সক্ষম কৰি তোলে। চাণক্যই কৈছে যে জীৱনত এনে দুটা কথা আছে, যাৰ অভাৱৰ বাবে এজন ব্যক্তিয়ে কেতিয়াও দুখী হ’ব নালাগে, ই ব্যক্তিজনক ভৱিষ্যতে দুগুণ উপকাৰহে দিয়ে, জানো আহক।

 প্ৰশংসাৰ অভাৱঃ-চাণক্যই কৈছে যে যদি আপুনি সকলো কষ্ট আৰু সততাৰে জয়ী হৈছে, কিন্তু তাৰ পাছতো আপুনি প্ৰাপ্য মৰ্যাদা বা প্ৰশংসা নাপায়, তেন্তে ইয়াক লৈ কেতিয়াও দুখ নকৰিব। যদি আপুনি আপোনাৰ কৰ্মস্থলীত সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে কাম সম্পন্ন কৰিছে, কিন্তু তাৰ পাছতো আপুনি সেই সন্মান আৰু অগ্ৰগতি নাপায়, তেন্তে বিচলিত নহ’ব। কাৰণ ক্ষন্তেক সময়ৰ বাবে আপুনি দুখী হ’লেও কিন্তু ভৱিষ্যতে এই কঠোৰ পৰিশ্ৰমে আপোনাক এদিন নহয় এদিন সুউচ্চ আসন দিব। যেনেদৰে তেলে পানীৰ লগত মিহলি হ’লেও কিন্তু নিজৰ অস্তিত্ব বিচাৰি পায়, ঠিক তেনেদৰে এজন উদাৰ, কোমল, কৰ্মঠ, সৎ আৰু পৰিশ্ৰমী ব্যক্তিয়ে পৃথিৱীত নিজৰ পৰিচয় গঢ়ি তোলে।

 যোগ্যজনক দানঃ-দান হৈছে আটাইতকৈ ডাঙৰ ধৰ্ম। প্ৰতিজন ব্যক্তিয়ে নিজৰ সামৰ্থ্য অনুসৰি দান কৰিব লাগে। গতিকে যেনেদৰে পাৰে দান কৰক কিন্তু এক আন্তৰিক হৃদয়েৰে কৰক। কাৰণ এমুঠি খাদ্যশস্যও নিঃস্বাৰ্থ মনোভাবেৰে দান কৰিলে ই হাজাৰ দানৰ সমানেই ফল দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু