--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ছ’চিয়েল মিডিয়াত সম্পূৰ্ণ সক্ৰিয় হৈ থকা সেই আইএএছ বিষয়াসকলৰ ভিতৰত অন্যতম অৱনীশ শৰণ। তেওঁ কেৱল ধেমেলীয়া ভিডিঅ’ পোষ্ট কৰাই নহয়, প্ৰেৰণাদায়ক টুইটৰ জৰিয়তে ব্যৱহাৰকাৰীক প্ৰেৰণা দি থাকে। আকৌ এবাৰ তেওঁৰ এনে এটা প্ৰেৰণাদায়ক টুইট ভাইৰেল হৈ পৰিছে। হয় ২০০৯ চনৰ বেচৰ আইএএছ বিষয়া অৱনীশ শৰণৰ এটা টুইট বৰ্তমান চৰ্চাত আছে, য'ত তেওঁ এটা মটিভেচনেল ড্ৰয়িং শ্বেয়াৰ কৰিছে। এই অংকনৰ জৰিয়তে জীৱনৰ পাঠ বুজাবলৈ চেষ্টা কৰিছে অৱনীশ শৰণে। 

এই নতুন টুইটটোত তেওঁ ‘মাই প্লেন’ আৰু ‘গডছ প্লেন’ৰ সৈতে জড়িত ড্ৰয়িং শ্বেয়াৰ কৰিছে। এই অংকনৰ জৰিয়তে তেওঁ ব্যৱহাৰকাৰী সকলক এটা ডাঙৰ শিক্ষা দিছে। এই কাৰণেই তেওঁৰ এই পোষ্টটো বৰ্তমান ভাইৰেল হৈ পৰিছে।


১৪ অক্টোবৰত অৰ্থাৎ কালি তেওঁ এই পোষ্টটো শ্বেয়াৰ কৰিছে। তেওঁ এটা ড্ৰয়িং শ্বেয়াৰ কৰিছে, য’ত আপুনি দেখিব পাৰিব যে ‘মাই প্লেন’ৰ সন্মুখত এটা পোন পথ আছে। তাত যেন কোনো বাধা নাই। ই পোনে পোনে সমতল। একে সময়তে ‘ঈশ্বৰৰ পৰিকল্পনা’ও এই চিত্ৰখনত দেখা যায়, য’ত কিছুমান বাধা দেখা যায়। এই পোষ্টটোৰ কেপচনত তেওঁ লিখিছে যে, 'কেতিয়াবা ঈশ্বৰে আমি ভবা ধৰণে বস্তুবোৰ নিৰ্মাণ নকৰে, কিন্তু ঈশ্বৰৰ আমাৰ জীৱনৰ বাবে এটা নিখুঁত পৰিকল্পনা আছে'। অৰ্থাৎ আমাৰ পৰিকল্পনাতকৈ ভগৱানৰ আমাৰ প্ৰতি পৰিকল্পনা বেছি নিখুঁত।

তেওঁৰ এই টুইটোত বহু লোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৰিছে।অৱনীশ  শৰণৰ এই টুইটৰ সৈতে একমত হোৱা যেন লাগিল একাংশ লোকক। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ভগৱানে মোৰ বাবে কিয় পৰিকল্পনা কৰিব, মইতো ইতিমধ্যেই তেওঁৰ পৰিকল্পনাৰ সৈতে জড়িত হৈ আছো। একেদৰে আন বহু ব্যৱহাৰকাৰীয়েও এই টুইটটোক লৈ নিজৰ মতামত দিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক