--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যস্ত জীৱন আৰু খাদ্যাভ্যাসৰ দুৰ্বলতাৰ বাবে মানুহৰ পেটটো অতি বেয়া হৈ থাকে। পাচনতন্ত্ৰ শক্তিশালী কৰিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে। আপোনাৰ খাদ্য তালিকাত স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰিলে আপোনাৰ পেটটো সদায় ভাল হৈ থাকিব। আজি আমি আপোনালোকক কম আপোনাৰ খাদ্য তালিকাত কোনবোৰ বস্তু অন্তৰ্ভুক্ত কৰিব লাগে।

১) অমিতাঃ আপোনাৰ পাচনতন্ত্ৰ উন্নত কৰিবলৈ আপোনাৰ বাবে ভাল খাদ্যাভ্যাস থকাটো অতি প্ৰয়োজনীয়। যদি আপোনাৰ পেট সদায় বেয়া হয় তেন্তে অমিতা খাওক। অমিতা খালে পাচনতন্ত্ৰ উন্নত হয়।

২) গোটা শস্যঃ  গোটা শস্য আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগিব। পাচন শক্তিৰ বাবে ই অতি উপকাৰী। ইয়াৰ দ্বাৰা আপুনি কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা মুক্তি পাব।

৩) দৈঃ দৈও খাব পাৰে। দৈনিক ব্ৰেকফাষ্টত এবাটি দৈ খাব, ইয়াৰ ফলত পেট পৰিষ্কাৰ হ’ব আৰু কোষ্ঠকাঠিন্যৰ পৰাও সকাহ পাব।

৪) চিয়া ছীডঃ  চিয়া ছীড অতি উপকাৰী বুলি গণ্য কৰা হয়। পেটটো সুস্থ কৰি ৰখাৰ লগতে ওজন কমোৱাতো ই অতি উপযোগী।

৫) আপেলঃ দৈনিক এটা আপেল খালে বহু ৰোগ নিৰাময় হয়। ইয়াৰ ফলত চকুৰ পৰাও মলি পৰিষ্কাৰ হয়। পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক