--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বন্ধৰ তালিকা অনুসৰি মাৰ্চ মাহৰ এই সপ্তাহত ৭দিনৰ ভিতৰত ৪দিনেই বন্ধ থাকিব বেংক৷ ১৭ মাৰ্চ ডেৰাডুন, কানপুৰ, লক্ষ্ণৌ আৰু ৰাঁচীত হোলিকা দহনৰ বাবে বেংক বন্ধ থাকিব৷ ১৮ মাৰ্চত বাংগালুৰু, ভুৱনেশ্বৰ, চেন্নাই, ইম্ফল, কোচি, কলকাতা আৰু তিৰুৱন্তপুৰমৰ অন্যান্য স্থানৰ উপৰিও হোলী/ধুল্টী/দৌল যাত্ৰাৰ বাবে বেংক বন্ধ থাকিব। ১৯ মাৰ্চত ভুৱনেশ্বৰ, ইম্ফল আৰু পাটনাত হোলী/য়াওচাঙৰ বাবে বেংক বন্ধ থাকিব৷ ২০ মাৰ্চ দেওবাৰে সাপ্তাহিক বন্ধ থাকিব৷ এই বৰ্ষত মাৰ্চ মাহত বেংকৰ বন্ধৰ সম্পূৰ্ণ তালিকা- ১ মাৰ্চ: মহাশিৱৰাত্ৰি ৩ মাৰ্চ: লোছাৰ ৪ মাৰ্চ: চাপচাৰ কুট ১৭ মাৰ্চ : হোলি ১৮ মাৰ্চ : দৌলযাত্ৰা ১৯ মাৰ্চ : হোলীৰ দ্বিতীয় দিন ২২ মাৰ্চ : বিহাৰ দিৱস শনিবাৰে আৰু দেওবাৰৰ তালিকা বন্ধৰ তাৰিখসমূহ এনেধৰণৰ- ৬ মাৰ্চ : দেওবাৰ ১২ মাৰ্চ : দ্বিতীয় শনিবাৰ ১৩ মাৰ্চ : দেওবাৰ ২০ মাৰ্চ : দেওবাৰ ২৬ মাৰ্চ : চতুৰ্থ শনিবাৰ ২৭ মাৰ্চ : দেওবাৰ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ