--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰুক খুন্দা মৰাৰ ঘটনা প্ৰায়ে সংঘটিত হোৱা বন্দে ভাৰত এক্সপ্ৰেছৰ এটা দবাত এইবাৰ জুই লাগিল। ৰে’লখনে সোমবাৰে ভূপালৰ পৰা দিল্লীলৈ গৈ থকাৰ সময়তে এই অঘটন সংঘটিত হয়। ৰে’লখনৰ এটা দবাত জুই লগাৰ পিছতে যাত্ৰীৰ মাজত আতংক বিয়পি পৰে।

 অগ্নিনিৰ্বাপক বাহিনীয়ে  ঘটনাস্থলীলৈ গৈ  যাত্ৰীসকলক সুৰক্ষিতভাৱে উলিয়াই অনাৰ ব্যৱস্থা কৰে। এই ঘটনাত কোনো লোক হতাহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই। ঘটনাটো সোমবাৰে  মধ্য প্ৰদেশৰ কুৰৱাই কেথোৰা অঞ্চলত সংঘটিত হৈছে। 

ৰে'লৱে সূত্ৰৰ মতে, বেটাৰী বাকচত প্ৰথমে জুই দেখা গৈছিল। জুই লগাৰ পিছত ৰে'লৱেই এক বিবৃতিত কয় যে বন্দে ভাৰত এক্সপ্ৰেছৰ তলৰ বেটাৰী বাকচ এটাত জুই লাগিছিল। অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী ঘটনাস্থলী ত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। । বেটাৰী বাকচটোত কেনেকৈ জুই লাগিল  তাকে লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে।  ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস