--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'এভিডেন্স ইন মিলেটছ' শীৰ্ষক  এটা বিশেষ গীত। বিশ্বৰ পৰা  ক্ষুধা দূৰ কৰাৰ ক্ষেত্ৰত বাজৰাৰ গুণগত মানক প্ৰচাৰ কৰাটোৱেই  হৈছে 'এভিডেন্স ইন মিলেটছ' শীৰ্ষক বিশেষ গীতটোৰ উদ্দেশ্য। এই গীতটোৰ আঁৰত আছে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ উৎসাহ আৰু গ্ৰেমী বঁটা বিজয়ী ভাৰতীয়-আমেৰিকান গায়ক ফালু ওৰফে ফাল্গুনি,    শিল্পী গৌৰৱ শ্বাহ। 

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উৎসাহত  ফাল্গুনি ৰচনা কৰা  "এভিডেন্স ইন মিলেটছ" শীৰ্ষক গীতটি  গ্ৰেমীৰ বাবে মনোনীত  হৈছে। গীতটি শ্ৰেষ্ঠ গোলকীয় সংগীত প্ৰদৰ্শনৰ শিতানত মনোনীত হৈছে। প্ৰধানমন্ত্ৰী মোদীকো এই গীতটোৰ ভিডিঅ'ত দেখা গৈছে। গ্ৰেমী বঁটা বিজয়ী গায়িকা ফালুৱে এক সাক্ষাৎকাৰত কয় যে গ্ৰেমী জিকাৰ পিছত নৰেন্দ্ৰ মোদীক লগ পোৱাৰ সময়তে তেওঁ বাজৰাৰ বিষয়ে এটা গান লিখাৰ কথা  ভাবিছিল। তেতিয়াই প্ৰধানমন্ত্ৰীয়ে সামাজিক পৰিৱৰ্তন আৰু মানৱতাৰ উন্নতিত সংগীতৰ অৱদানৰ বিষয়ে কৈছিল। 


 মোদীয়েই শিল্পীগৰাকীক  ভোক দূৰ কৰাৰ ক্ষেত্ৰত বাজৰাৰ ভূমিকাৰ বিষয়ে  গানটো লিখিবলৈ পৰামৰ্শ দিছিল। মোদীয়ে সেই সময়ত কৈছিল যে ভাৰতে বাজৰাক প্ৰচাৰ কৰিব বিচাৰিছে,  কিয়নো ই এক চুপাৰ ফুড আৰু ইয়াৰ যথেষ্ট স্বাস্থ্য তথা পুষ্টিগত মূল্য আছে।এক সাক্ষাৎকাৰত ফাল্গুনী শ্বাহে মোদীৰ বিষয়ে কয়, "গানটোৰ মাজতে, আপুনি তেওঁৰ (মোদী) ভাষণ শুনিব। যিকোনো শিল্পীৰ বাবে এয়া  এটা ভাল সুযোগ। '
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ