--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাদ্ধাৰ জন্মদিন। ৩৫ বছৰত ভৰি দিলে ৰাঘৱে। ২৪ ছেপ্টেম্বৰত বলীউড অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৰাঘৱ। 

পত্নী পৰিণীতিয়ে স্বামী ৰাঘৱক জনালে জন্মদিনৰ বিশেষ শুভকামনা। পৰিণীতিয়ে লিখিছে-

''তুমি মোক ভগৱানে দিয়া শ্ৰেষ্ঠ উপহাৰ, মোৰ ৰাগাই! তোমাৰ মন আৰু বুদ্ধিয়ে মোক আচৰিত কৰি তোলে। তোমাৰ মূল্যবোধ, সততা আৰু বিশ্বাসে মোক নিজকে এজন উন্নত মানুহ হ’বলৈ ইচ্ছা জগাই তোলে। পৰিয়ালৰ প্ৰতি তোমাৰ দায়বদ্ধতাই মোক প্ৰতিদিনে ধন্য অনুভৱ কৰায়। এই আজৱ সমাজখনৰ তুমি এজন প্ৰকৃত ভদ্ৰলোক৷ তোমাৰ শান্তি মোৰ ঔষধ।

আজি এই আনুষ্ঠানিকভাৱে মোৰ প্ৰিয় দিন কাৰণ তোমাৰ জন্ম আজি, মোৰ বাবে। জন্মদিনৰ শুভেচ্ছা থাকিল স্বামী! মোক বাছি লোৱাৰ বাবে ধন্যবাদ..''

স্বামী ৰাঘৱক পৰিণীতিয়ে জনোৱা এই শুভেচ্ছামূলক বাৰ্তা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক