--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোৱা হয় যে দুজন পিতৃ-মাতৃ একত্ৰিত হ’লে সন্তান ধুনীয়াকৈ ডাঙৰ হয়। কিন্তু কিছুমান ক্ষেত্ৰত সকলো শিশুৱে দুয়োটা নাপায়। পিতৃয়ে এককভাৱে সন্তানক ডাঙৰ-দীঘল কৰিছে। ঠিক যেনেকৈ পৰিচালক-প্ৰযোজক কৰণ জোহৰে কৰিছে। তেওঁ নিজৰ যমজ সন্তান যশ আৰু ৰুহীক এককভাৱে ডাঙৰ-দীঘল কৰিছে। এইবাৰ যশ-ৰুহীয়ে কৰ্ণক এটা কঠিন প্ৰশ্নৰ উত্তৰ বিচাৰিলে। শিশু দুটাই দেউতাক কৰ্ণক সুধিলে, "তেওঁলোকৰ জন্ম কাৰ গৰ্ভত?"

 

২০১৭ চনৰ ৭ ফেব্ৰুৱাৰীত চেৰ’গেচিৰ জৰিয়তে যমজ সন্তানৰ পিতৃ হোৱা কৰ্ণে জন্মৰ পিছত প্ৰায় ছমাহ ধৰি শিশু দুটাক জনসাধাৰণৰ চকুৰ পৰা লুকুৱাই ৰাখিছিল। কিন্তু লাহে লাহে ছচিয়েল মিডিয়া পেজত যশ-ৰুহিৰ যুটি জনপ্ৰিয় হৈ পৰিল। পৰিচালকগৰাকীৰ মাতৃ হিৰু জোহৰে কৰণে অকলশৰীয়া পুৰুষ হিচাপে চেৰ’গেচিৰ জৰিয়তে সন্তান জন্ম দিয়াৰ সিদ্ধান্তক সমৰ্থন কৰে। কৰ্ণৰ মাকক সন্তান দুটাই ‘মামা’ বুলি সম্বোধন কৰে।

 

এতিয়া যশ আৰু ৰুহীয়ে ডাঙৰ হৈ মাকক বিচাৰি আছে। শেহতীয়া এক সাক্ষাৎকাৰত কৰণে স্বীকাৰ কৰে যে শিশু এটাক এককভাৱে ডাঙৰ-দীঘল কৰাটো মুখৰ কথা নহয়। কামটো কঠিন। পৰিচালকে ক'লে, "আজিকালি মোৰ সন্তান দুটাই প্ৰায়ে সুধি থাকে, 'আমি কাৰ গৰ্ভত জন্ম লওঁ?'" আকৌ কয়, মামা আমাৰ আইতা, আমাৰ মা নহয়। এই পৰিস্থিতি কেনেকৈ চম্ভালিব পাৰি সেই বিষয়ে তেওঁলোকৰ স্কুল কাউন্সিলৰ সৈতে মই যোগাযোগত আছো।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু